Archive

Showing posts with label Sonma Medhi. Show all posts
Showing posts with label Sonma Medhi. Show all posts

Thursday, February 16, 2023

Ling lingiya batote | Sonma Medhi | Mohabir Biru Rabha | Mohabir Biru Rabha

Song : Ling lingiya batote
Singer : Sonma Medhi
Language : Pati Rabha
Lyricist : Mohabir Biru Rabha
Tune : Mohabir Biru Rabha

লিংলিঙীয়া বাটতে lyrics
Ling lingiya batote lyrics


লিংলিঙীয়া বাটতে
কাকা তোৰে ৰাও শুনিলোং হঠাতে

লিংলিঙীয়া বাটতে
কাকা তোৰে ৰাও শুনিলোং হঠাতে
অ’ জাখা মাৰা চুতা কৰি
মই ওলাই যাঙ
দোবাৰ পাৰত বহি বহি তোকে বাটে চাঙ
আহিবি তই লাঙামাৰা পূজাতে
বাটি ভৰাই জোঙা দিম তোৰ হাততে
জাখা মাৰা চুতা কৰি
মই ওলাই যাঙ
দোবাৰ পাৰত বহি বহি তোকে বাটে চাঙ


[Rabha folk song]


নাচিছিলোং তয়ে ময়ে পাথাৰতে
হালিজালি খাম নাদৰ তালতে

অই… নাচিছিলোং তয়ে ময়ে পাথাৰতে
হালিজালি খাম নাদৰ তালতে
আমাৰ কথা কাৰো আগত
খুলি কোৱা নাই
বিয়া কৰাই নিবা যদি
দম তোৰ নাই
ঘৰ জেয়া আহিবি তই
কোনো কথা নাই
অ’ ঘৰ জেয়া আহিবি তই
কোনো কথা নাই…


[Rabha folk song]


খেতি কুৰবা নোৱৰা যদি
চিপাহীতে যা
তোৰ হেনা ডেকাক দেখি
বাঘো দৰায় চা

অ’ খেতি কুৰবা নোৱৰা যদি
চিপাহীতে যা
দদানৰে সঁচ তই এবাৰ ভৰবি চা
অই মোক যদি পাবা খুজা
আহিবিনে চাই
বিয়া কৰাই নিবা যদি
দম তোৰ নাই
ঘৰ জেয়া আহিবি তই
কোনো কথা নাই
অ’ ঘৰ জেয়া আহিবি তই
কোনো কথা নাই

লিংলিঙীয়া বাটতে
কাকা তোৰে ৰাও শুনিলোং হঠাতে
অ’ লিংলিঙীয়া বাটতে
কাকা তোৰে ৰাও শুনিলোং হঠাতে…