Archive

Showing posts with label Himangshu Oiyo Medok. Show all posts
Showing posts with label Himangshu Oiyo Medok. Show all posts

Tuesday, July 2, 2019

Osina batote rou | Singer : Himangshu Oiyo Medok | Music : Bijoy Sankar Das | Lyrics : Rajendra Chutia |

অচিনা বাটতে ৰওঁ
বিচাৰি পাওঁ তোমাক
নাছিলোঁ ভবা যে মই
মৰমে আনে জোনাক
নিমাত পখীৰ দৰে হৈ
উৰি যাওঁ মই
ডেউকা লৈ
(নাহিবি যোৱা প্ৰেৰণা) ×২
জীৱনত আছে বেদনা...
অচিনা বাটতে ৰওঁ
বিচাৰি পাওঁ তোমাক
নাছিলোঁ ভবা যে মই
মৰমে আনে জোনাক