Archive

Showing posts with label Mitali Choudhury. Show all posts
Showing posts with label Mitali Choudhury. Show all posts

Monday, January 7, 2019

মিতালী চৌধুৰী Mitali Choudhury

সৰাপাত

http://Sorapaat.blogspot.com

“জনপ্ৰিয় অসমীয়া গীত”
Assamese song lyrics


মিতালী চৌধুৰী (Mitali Choudhury) ৰ গীতসমূহঃ 

মিতালী চৌধুৰী (Mitali Choudhuryৰ বিষয়ে জানিবলৈ  ইয়াত ক্লিক্ কৰক





মোৰ মনে কি বিচাৰে || Mur mone ki bisare || মিতালী চৌধুৰী || Mitali Choudhury ||






Assamese Song Lyrics
অসমীয়া গীতৰ কথা

গীতৰ ফাঁকি : মোৰ মনে কি বিচাৰে
কণ্ঠশিল্পী : মিতালী চৌধুৰী
এলবাম : মিতালীৰ সোণমণি
গীতিকাৰ : 
সুৰকাৰ : 

মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি...

এই ধৰা মোহনীয়া
কত ৰমণীয়া ছবি
তথাপিও নহয় শেষ
আশাৰ কাৰেং সাজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি

হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি

হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি

কি বিচাৰে...

কি বিচাৰে... ।