Archive

Showing posts with label Laxmikant Pyarelal. Show all posts
Showing posts with label Laxmikant Pyarelal. Show all posts

Wednesday, January 9, 2019

লক্ষ্মীকান্ত প্যাৰেলাল Laxmikant Pyarelal

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

(Assamese Songs' Lyrics)


লক্ষ্মীকান্ত প্যাৰেলাল (Laxmikant Pyarelal) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক

নৱ নৱ ব’হাগ আহে || Nobo nobo bohag aahe || Dr. Bhupen Hazarika, Laxmikant Pyarelal, Shanta Uzir, Song : Nobo nobo bohag aahe Movie : Bhagya (1967) Singer : Shanta Uzir lyricist : Dr. Bhupen Hazarika musician : Laxmikant Pyarelal ||

                                 




“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

 অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)

গীতৰ ফাঁকি : নৱ নৱ  ব’হাগ আহে
বোলছবি : ভাগ্য (১৯৬৭)
কণ্ঠশিল্পী : শান্তা উজীৰ
গীতিকাৰ : ড° ভূপেন হাজৰিকা
সুৰকাৰ : লক্ষ্মীকান্ত প্যাৰেলাল 




নৱ নৱ  ব’হাগ আহে
সৰুফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়
নৱ নৱ মোৰ ৰচনাকে
শুনোতাই গুণ গুণাই
মনে তোমাক ধিয়ায়
মনে তোমাক ধিয়ায়



স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়ে মোৰ আপোন বৰ
সৰগৰ সুৰ সজালা