Archive

Showing posts with label Jayanta Das. Show all posts
Showing posts with label Jayanta Das. Show all posts

Sunday, October 14, 2018

এইবাৰ দেহা অ' | Eibar deha oo | Singer: Kumar Sanu | Music: Jayanta Das | lyrist: Tarun Sharma |

সৰাপাত
(Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics

গীতৰ ফাঁকি: এইবাৰ দেহা অ'
কণ্ঠশিল্পী: কুমাৰ চানু
সুৰকাৰ:জয়ন্ত দাস
গীতিকাৰ: তৰুণ শৰ্মা

এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ

তোক চেনেহী যে 
লাগে নতুন
তৰা চাদৰ‍ৰ আঁচলতে
তোৰ হাঁহিটি যে
ৰঙৰ পদুম
নাচে দুপৰ‍ৰ পতাহতে
অ' দেহা...
সেয়ে মন ৰূপতে দহিছে
অ' দেহা...
সেয়ে মন ৰূপতে দহিছে
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ

তই চেনেহী যে
ইমান আপোন 
তুলনাহে নাই বুজাবলৈ
তোক নেদেখিলে নাহে সপোন
ৰওঁ ৰাতি মই উজাগৰে
অ' দেহা...
মোৰ মন মৰমে দহিছে
অ' দেহা...
মোৰ মন মৰমে দহিছে
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ

Www.sorapaat.blogspot.com