Archive

Showing posts with label Mrinal Kanti. Show all posts
Showing posts with label Mrinal Kanti. Show all posts

Wednesday, May 5, 2021

Sinaaki Sinaaki Tumar Kinu Naam | Mousumi Sahariya | Mrinal Kanti | Nachu Nachu Lage Mon | চিনাকি চিনাকি তোমাৰ কিনো নাম

গীতৰ কুলি : চিনাকি চিনাকি তোমাৰ কিনো নাম

কণ্ঠ : মৌচুমী চহৰীয়া

কথা : মৃণাল কান্তি

এলবাম : নাচো নাচো লাগে মন

ভাষা : অসমীয়া


Sinaaki Sinaaki Tumar Kinu Naam Lyrics :


চিনাকি চিনাকি তোমাৰ কিনো নাম

অচিনাকি সুৰে গোৱা কিনো গান

আমি হ’লোঁ বলিয়া

মৰম যে কুমলীয়া

যাচিলোঁ তোমাক কোৱাচোন কোন তুমি

চিনাকি চিনাকি মোৰো আছে নাম

অচিনাকি সুৰে গাওঁ কত গান

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


ফুলে হাঁহে দেখোঁ মোৰ স’তে

মন ফুলা এই পৰতে

পখীটিও উৰে মোৰ স’তে

গান গাই গাই...


মন নাচা ব’হাগতে

মোহনীয়া শৰততে

জোনাকীয়ো হাঁহে মোৰ

ফালেলে (লৈ) চাই চাই


আজি চেনেহত

পৰশে পালোঁ

উন্মনা সপোনে সজাই

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


মৌসনা গধূলিতে

জোনাকী জ্বলা পৰতে

আশাবোৰ আজি পোহৰে

সজাই যায়

ফাগুনৰ চোতালতে

দূবৰিৰ দলিচাতে

নিয়ৰো সৰে মলয়াৰে বা পাই

নুবুজিলোঁ মই

অচিনা কিহৰ 

মনটি কেনিনো উৰি যায়

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


চিনাকি চিনাকি তোমাৰ কিনো নাম

অচিনাকি সুৰে গোৱা কিনো গান

আমি হ’লোঁ বলিয়া

মৰম যে কুমলীয়া

যাচিলোঁ তোমাক কোৱাচোন কোন তুমি


চিনাকি চিনাকি মোৰো আছে নাম

অচিনাকি সুৰে গাওঁ কত গান

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী...


Song : Sinaaki Sinaaki Tumar Kinu Naam

Singer : Mousumi Sahariya

Lyrics : Mrinal Kanti

Album : Nachu Nachu Lage Mon

Language : Assamese


Sinaaki Sinaaki Tumar Kinu Naam Lyrics :


Sinaki sinaki tumar kinu naam

Osina xure guwa kinu gaan

Aami holu boliya

Morom je kumoliya

Jasilu tumak kuwasun kun tumi


Sinaki sinaki muru ase naam

Osinaki xure gau koto gaan

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi,  moi Mousumi


Phule hahe dekhu mur sote

Mon phula ai porote

Pokhitiu ure mur sote

Gaan gai gai...


Mon nasa bohagote

Muhoniya sorotote

Junakiyu hahe mur

Falele sai sai


Aji senehot

Porokhe palu

Unmona xopume sojai

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi


Mousona godhulite

Junaki jwola porote

Aakhabur aji puhore

Sojai jay

Fagunor sutalote

Duborir dolisate

Niroru sore moloyare baa pai

Nubujilu moi

Osina kihor

Monti keninu uri jay

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi


Sinaki sinaki tumar kinu naam

Osina xure guwa kinu gaan

Aami holu boliya

Morom je kumoliya

Jasilu tumak kuwasun kun tumi


Sinaki sinaki muru ase naam

Osinaki xure gau koto gaan

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi

Moi Mousumi, moi Mousumi

Moi Mousumi, moi Mousumi...


Thursday, April 29, 2021

Moi pahari suwali | Mousumi Sahariya | Hridip Sarma | Mrinal Kanti

Song : Moi pahari suwali

Singer : Mousumi Sahariya, Hridip Sarma

Lyrics : Mrinal Kanti

Album : Nachu Nachu Lage Mon

Language : Assamese

Moi Pahari Suwali Lyrics


অ’... অ’... অ’...

লা লা লা লা ...


মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি



ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

শুকুলা ডাৱৰে সানি দিলে

তাতে মৰমবোৰ

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

অ’... অ’... অ’...

লা লা লা লা ...


জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

নিজানতে মোকে দেখি

মাতিছে হাত বাউলি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

অ’... অ’... অ’...

লা লা লা লা ...

Monday, March 23, 2020

O Mur Majoni | Album : Tumi mur priya | Artist : Sonu Nigam | Music : Abhijit Barman | Lyrics : Mrinal Kanti | Label : Wave Music Assam |

( অ’ মোৰ মাজনী
দেহা তোৰ লাৱণী
চমকা মুখনি
কিযে শুৱনি
সঁচাকে ধুনীয়া তই
তোৰ কথা দিনে-ৰাতি
ভাবি থাকোঁ মই
জান,
শয়নে-সপোনে আহ
তয়ে মনলৈ ) ×২


চাইনো চায়ো থাকিলেও
নভৰে মোৰ মন
তোৰে কথা ভাবিলে মোৰ
কঁপে হিয়াখন

( কিয়নো নুবুজিলি
বুকুৰে কথাখিনি
মিচাতে নাথাকিবি
দূৰে দূৰে অই
বৰলা মনে আজি
মৰমকে বিচাৰি
বাৰে বাৰে
যাব খুজে তোৰে কাষলৈ ) ×২

অ’ মোৰ মাজনী
তেনেকৈ নক’বি
বুকু মোৰ দহি যায়
তেনে কথা শুনি
মিচাতে নিদিবি দুখ

( অই জীৱনতে নাপাবি তই
কোনোকালে সুখ )×২

অ’ মোৰ মাজনী
দেহা তোৰ লাৱণী
চমকা মুখনি
কিযে শুৱনি
সঁচাকে ধুনীয়া তই
তোৰ কথা দিনে-ৰাতি
ভাবি থাকোঁ মই
জান,
শয়নে-সপোনে আহ
তয়ে মনলৈ 
হেই...

এইবেলি বিহুতে জান
তোকে নিবৰ মন
সেয়েহে জান
নেখাই-নবৈ
সাঁচিছোঁ মই ধন

( মৰমৰে শিকলি
তয়ে যে পিন্ধাইছিলি
চিঙিব জান নোৱাৰোঁ
আজি আৰু মই
তই মোৰ হিয়াৰ ৰাণী
হিয়াতে সুমাই ল’লি
এতিয়ানো উলিয়াই
দিওঁ কেনেকৈ ? )×২

অ’ মোৰ মাজনী
তেনেকৈ নক’বি
যায় বুকু ভাগি
তয়ে মোৰ লাহৰী
তোৰ বাবে গোটাইছোঁ ধন
( অহা বিহুত তোকে আপোন
কৰি লোৱাৰ মন )×২

( অ’ মোৰ মাজনী
দেহা তোৰ লাৱণী
চমকা মুখনি
কিযে শুৱনি
সঁচাকে ধুনীয়া তই
তোৰ কথা দিনে-ৰাতি
ভাবি থাকোঁ মই
জান,
শয়নে-সপোনে আহ
তয়ে মনলৈ )×২




( O mur majoni
Deha tur lawoni
Somoka mukhoni
Kije xuwoni
Xochake dhuniya toi
Tur kotha dine rati
Bhabi thaku moi
Jaan,
Xoyone xopune aho
Toye monoloi ) ×2


Sainu sayu thakileu
Nobhore mur mon
Ture kotha bhabile mur
kope hiyakhon

( Kiyonu nubujili
Bukure kothakhini
Misate nathakibi
Dure dure oi
Borola mone aji
Moromoke bisari
Bare bare
Jabo khuje ture kakholoi ) ×2

O mur majoni
Tenekoi nokobi
Buku mur dohi jay
Tene kotha xuni
Misate nidibi dukh

( Oi jibonote napabi toi
Kunukale xukh )×2

O mur majoni
Deha tur lawoni
Somoka mukhoni
Kije xuwoni
Xochake dhuniya toi
Tur kotha dine rati
Bhabi thaku moi
Jaan,
Xoyone xopune aho
Toye monoloi 
Hei...

Eibeli bihute jaan
Tuke nibor mon
Seyehe jaan
Nekhai noboi
Xachisu moi dhon

( Moromore xikoli
Toye je pindhaisili
Singibo jaan nuwaru
Aji aru moi
Toi mur hiyar rani
Hiyate xumai loli
Atiyanu uliyai
Diyu kenekoi  ? ) ×2

O mur majoni
Tenekoi nokobi
Jay buku bhagi
Toye mur lahori
Tur babe gotaisu dhon
(Oha bihut tuke apun
Kori luwar mon) ×2


( O mur majoni
Deha tur lawoni
Somoka mukhoni
Kije xuwoni
Xochake dhuniya toi
Tur kotha dine rati
Bhabi thaku moi
Jaan,
Xoyone xopune aho
Toye monoloi ) ×2

Thursday, March 19, 2020

Logori tumi mur hobane | Horini horini tumar sokujuri | Lajuki lajuki tumar oi mukhoni | Singer : Sonu Nigam | Album : Jaan | Music : Abhijit Barman | Lyrics : Vijay Bhuiya, Mrinal Kanti, Palash Gagoi | লগৰী তুমি মোৰ হ’বানে |

লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?


হৰিণী হৰিণী তোমাৰ চকুযুৰি
দেখি হ’লোঁ বলীয়া
অ’ জানা মোৰে প্ৰিয়া
পিচলি পিচলি তোমাতে মাজনী
পৰিছে মোৰে হিয়া

অই
হৰিণী হৰিণী তোমাৰ চকুযুৰি
দেখি হ’লোঁ বলীয়া
অ’ জানা মোৰে প্ৰিয়া
পিচলি পিচলি তোমাতে মাজনী
পৰিছে মোৰে হিয়া
অ’ কাটিয়া গজা দি
কোমলকৈ গজিছে
লহপহীয়া পিৰীতি
অই
হৰিছে ঘুমটি
তোমাৰ ভাৱনাতেই
ক’বানে কি কৰোঁ আজি ?
অ’ বিৰিণা কঁপাদি কঁপিছে
ভিতৰি হিয়াখনি
কিনো শৰ মাৰিলা তুমি মৰমী ?
কিনো শৰ মাৰিলা তুমি মৰমী ?

লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?


লাজুকী লাজুকী তোমাৰ অই মুখনি
যেন ফুলৰ জোপোহী
আই অই মোৰে দেহী
ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি
তোমাক জানা ৰূপহী

হায় !
লাজুকী লাজুকী তোমাৰ অই মুখনি
যেন ফুলৰ জোপোহী
আই অই মোৰে দেহী
ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি
তোমাক জানা ৰূপহী

অ’
দৰু দৰু দৰু
মন উৰু উৰু
দুহাতে দুপাখি মেলি
অ’ অ’ অ’ ...
মৰু মৰু মৰু
মৰমতে মৰু
লাগে তোমাৰ কথা ভাবি
অ’ বিৰিণা কঁপাদি কঁপিছে
ভিতৰি হিয়াখনি
কিনো শৰ মাৰিলা তুমি মৰমী ?
কিনো শৰ মাৰিলা তুমি মৰমী ?
লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
. . . . . . . . . . . . . . . . . . . . . .


Sonu Nigam


Logori tumi mur hobane ?
Xohari tumi muk dibane ?
Hahiti mari baru muk sabane ?
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Logori tumi mur hobane ?
Xohari tumi muk dibane ?
Hahiti mari baru muk sabane ?
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Logori tumi mur hobane ?


Horini horini tumar sokujuri
Dekhi holu boliya
O jana mure priya
Pisoli pisoli tumate majoni
Porise mure hiya

Oi
Horini horini tumar sokujuri
Dekhi holu boliya
O jana mure priya
Pisoli pisoli tumate majoni
Porise mure hiya
O katiya goja di
Kumolkoi gojise
Lohpohiya piriti
Oi
Horise ghumoti
Tumar vabonatei
Kobane ki koru aji ?
Birina kopadi kopise 
Bhitori hiyakhoni
Kinu xor marila tumi moromi ?
Kinu xor marila tumi moromi ?

Logori tumi mur hobane ?
Xohari tumi muk dibane ?
Hahiti mari baru muk sabane ?
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Logori tumi mur hobane ?


Lajuki lajuki tumar oi mukhoni
Jen phulor jupuhi
Ai oi mure dehi
Thomoki thomoki sau ghuri ghuri
Tumak jana rupohi

Hay !
Lajuki lajuki tumar oi mukhoni
Jen fulor jupuhi
Ai oi mure dehi
Thomoki thomoki sau ghuri ghuri
Tumak jana rupohi

O
Doru doru doru
Mon uru uru
Duhate dupakhi meli
Oo ...
Moru moru moru
Moromote moru
Lage tumar kotha vabi
O Birina kopadi kopise
Bhitori hiyakhoni
Kinu xor marila tumi moromi ?
Kinu xor marila tumi moromi ?
Logori tumi mur hobane ?
Xohari tumi muk dibane ?
Hahiti mari baru muk sabane ?
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Valpau tumake dehe-mone
Valpau tumake dehe-mone
. . . . . . . . . . . . . . . . . . . . . .