সৰাপাত
কুলধৰ ৰাভা (Kuldhar Rabha)
“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”
(Assamese Songs' Lyrics)
গীতৰ ফাঁকি : গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
কণ্ঠশিল্পী : ড° ভূপেন হাজৰিকা
গীতিকাৰ : জ্যোতিপ্রসাদ আগৰৱালা
এলবাম :
(পুৰুষ) : গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
(নাৰী) : গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
(পুৰুষ) : গাঁৱৰ ল’ৰা !

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম !
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম
নিতৌ নতুন পাম
নিতৌ নতুন পাম !
(সমস্বৰে): জ্বইসুৰীয়া জয়সুৰীয়া
জ্বইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
(পুৰুষ) : গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা
(নাৰী) : গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
(পুৰুষ) : গাঁৱৰ ল’ৰা !
(নাৰী) : গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
(পুৰুষ) : গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷
গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম
নিতৌ নতুন পাম
নিতৌ নতুন পাম !
(সমস্বৰে): জ্বইসুৰীয়া জয়সুৰীয়া
জ্বইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম !
ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ সূঁটা লগাম !
(পুৰুষ) : গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা !
(নাৰী) : গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালি
(পুৰুষ) : গাঁৱৰ ল’ৰা

Www.sorapaat.blogspot.com