Archive

Showing posts with label Suman Kalyanpur. Show all posts
Showing posts with label Suman Kalyanpur. Show all posts

Sunday, January 6, 2019

অয় অয় আকাশ শুব || Oy oy akash xubo || Bhupen Hazarika || Suman Kalyanpur ||

সৰাপাত
(http://sorapaat.blogspot.com)

অসমীয়া গীতৰ কথা
Assamese Song Lyrics


গীতৰ ফাঁকি :  অয়  অয়  আকাশ  শুব
কথাছবি : প্রতিধ্বনি (১৯৬৪ চন)
কণ্ঠশিল্পী :  সুমন কল্যানপুৰ
সুৰকাৰ :  ভূপেন হাজৰিকা
গীতিকাৰ :  ভূপেন হাজৰিকা


অ’ অ’ অ’...
হুম...হুম.... হুম....

অয়  অয়  আকাশ  শুব
অয়  অয়  বতাহ  শুব
দিগন্ততে  হাহাকাৰ  হ’ব
দিগন্ততে  হা-হাকাৰ  হ’ব

সময়  যেন  স্তব্ধ  হয় (হয়)
ভীত  হয়  (হয়)
চকুলো  শিল  হ’ব !
অয়  অয়  সময়  শুব ৷


পাপ  যদি  বেয়া,
কামনা  কিয়  দিলে ?
(দিলে   দিলে ?)
মোহ  যদি  বেয়া ,
সুৰ  কিয়  দিলে
(দিলে   দিলে ?)
ভাঙন  যদি  বেয়া,
বিৰহ  কিয়  দিলে (দিলে ?)

তাৰ  সমিধান  কোনে  দিব
(কোনে   দিব ?)
অয়  অয়  সময়  শুব ৷

সাঁথৰভৰা নিশা মোৰ সোণ শুব !
[কথা : বৈধ  কি,  অবৈধ  কি ?]

বৈধ কি ? অবৈধ কি ??
প্রশ্ন   হ’ব ...!
দিগন্ততে  হাহাকাৰ  হ’ব ৷
দিগন্ততে  হা-হাকাৰ  হ’ব ৷৷

http://sorapaat.blogspot.com