অ ংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত কণ্ঠদান কৰিছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ “ইষ্ট ইণ্ডিয়া কোম্পানী” নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত। তেওঁ ১৯৭৬ চনৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰে৷ অংগৰাগ মহন্তৰ পিতৃ-মাতৃ আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত৷
Angarag Mahanta |