Tumi Aru Moi | Zubeen Garg | Deeplina Deka | Diganta Bharati | Pranoy Dutta

Song: Tumi Aru Moi

Movie : Sri Raghupati

Singer: Zubeen Garg and Deeplina Deka

Lyrics: Diganta Bharati

Music: Pranoy Dutta

Music Label: Rootstock Entertainments


Tumi Aru Moi Lyrics:


সুধিব পাৰা এহেজাৰ নিশা

কাৰেনো সপোন দেখোঁ?

জুখিব পাৰা বুকুৰে হেঁপাহ

কাৰেনো হিয়ালে’ সাঁচোঁ?

বিচাৰিছোঁ কোৱা সোণ

ৰ’বানে হৈ মোৰে আপোন


আছিলোঁ আছোঁ কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

আছিলোঁ আছোঁ কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

সাতো জনমৰ বান্ধোনেৰে

থাকিম তুমি আৰু মই


মৰম মৰম তোমাৰ দুবাহুৰে মাজতে

জ্বলাম-জ্বলাম লাগে দেখোঁ আজি নিজকে

সপোন সপোন মিঠা সপোনৰে ভাঁজতে

গলি গলি মিলি যাবি যেন তোমাতে


সুখে-দুখে হোৱাহি মোৰ

জীৱনৰ লগৰী জনমলৈ

বিচাৰিছোঁ কোৱা সোণ

ৰ’বানে হৈ মোৰে আপোন


আছিলোঁ আছোঁ কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

আছিলোঁ আছোঁ কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

সাতো জনমৰ বান্ধোনেৰে

থাকিম তুমি আৰু মই


আছিলোঁ আছোঁ কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

আছিলোঁ আছোঁ কাষত কাষত সদায় থাকিম

মৰনে মাতিলেও কথা ৰাখিম

Post a Comment

0 Comments

Total Pageviews

Search This Blog