Aji Badha Nidiba Lyrics

গীতৰ ফাঁকি ⵓ আজি বাধা নিদিবা
কণ্ঠশিল্পী ⵓ মাচুম ভৰতৰাজ
গীতিকাৰ ⵓ হিৰেন গোহাঁই
সুৰকাৰ ⵓ ?

আজি বাধা নিদিবা
বুটলিব দিয়া
কোচ ভৰাই
সুৰভি সিক্ত শেৱালি
সুৰভি সিক্ত শেৱালি

গাঁঠিবলৈ নিয়া
বৰণৰ মালা
প্ৰাণৰ পৰশ ঢালি

প্ৰাণৰ পৰশ ঢালি
প্ৰাণৰ পৰশ ঢালি
আজি বাধা নিদিবা
বুটলিব দিয়া
কোঁচ ভৰাই
সুৰভি সিক্ত শেৱালি

(হেইয়া হেইয়া হেইয়া
হেইয়া হেইয়া হেইয়া)

অনুভূতিবোৰে বাউলি কৰোঁতে
খোজ থ’লোঁ দুৱৰিত

অনুভূতিবোৰে বাউলি কৰোঁতে
খোজ থ’লোঁ দুৱৰিত
তাতে আহিনে পিন্ধালে যতনে…
সুৰ জুনুকা দুভৰিত
তাতে আহিনে পিন্ধালে যতনে…
সুৰ জুনুকা দুভৰিত
দুচকুত খেলি ৰ’ল বিজুলী
দুচকুত খেলি ৰ’ল বিজুলী
আজি বাধা নিদিবা
বুটলিব দিয়া
কোচ ভৰাই
সুৰভি সিক্ত শেৱালি
সুৰভি সিক্ত শেৱালি

(হেইয়া হেইয়া হেইয়া
হেইয়া হেইয়া হেইয়া)

গানতো যে মোৰ
প্ৰীতিৰ প্ৰকাশ
জাগে কিনো অভিশাপ
শেৱালি সুৱাসে
আঁৱৰিছে মোক
উলাহৰ ভাঙি পাৰ

এই শুকুলা ডাৱৰ চুমি
খেলি আছে সৌৱা
এই শুকুলা ডাৱৰ চুমি
খেলি আছে সৌৱা
বিভুৰে জুৰ খৰালি
বিভুৰে জুৰ খৰালি…

Post a Comment

0 Comments

Total Pageviews

Search This Blog