Archive

Friday, May 22, 2020

Mur poduli murole | Singer : Sadhana Sargam |

গীতৰ ফাঁকিঃ মোৰ পদূলি মূৰলৈ
কণ্ঠশিল্পীঃ সাধনা সৰগম
এলবামঃ বিজুলী
গীতিকাৰঃ জিতুল সোণোৱাল
সুৰকাৰঃ জিতুল সোণোৱাল


(মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ) ×২
মুকুতাৰে মালা গাঠিছোঁ থৈ
পিন্ধাবলৈ তোমাক
আছোঁ যে ৰৈ
নয়নৰে মণি তুমি মোৰ হৈ...
(মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ) ×২


উমলা দিনৰে আছিলা লগৰী
এতিয়া কিয় যে দূৰত...
হাতে-হাতে ধৰি
কৰিছিলোঁ ধেমালি
এতিয়া তুমি আঁতৰত...
হেৰুৱা সুৰভি বুকুত সাৱতি
নীৰৱে অকলে আছোঁ
তোমাৰে আশা লৈ
(মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ) ×২

এটি এটি কৰি উঠিছে উজ্জ্বলি
ৰাতি আকাশৰ তৰা
এটি দুটি পখী আহিছে উভতি
বিচাৰি নিজৰে পঁজা
তোমাৰ ঠিকনা নেপাওঁ লগৰী
গোপনে অকলে আছোঁ
তোমাৰেই আশা লৈ...
(মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ) ×২
মুকুতাৰে মালা গাঠিছোঁ থৈ
পিন্ধাবলৈ তোমাক
আছোঁ যে ৰৈ
নয়নৰে মণি তুমি মোৰ হৈ...
(মোৰ পদূলি মূৰলৈ
আহিবানে সঁচায়ে জান ঐ
অ’ জান ঐ) ×২



Song : mur poduli murole
Singer : Sadhana Sargam
Album : Bijuli
Lyricist/Music : Jitul Sonowal


(Mur poduli murole
Ahibane sochaye jaan oi
O jaan oi) ×2
Mukutare mala gathisu thoi
Pindhabole tumak asu je roi
Noyonore moni tumi mur hoi...
(Mur poduli murole
Ahibane sochaye jaan oi
O jaan oi) ×2


Umola dinore asila logori
Atiya kio je durot...
Hate-hate dhori
Korisilu dhemali
Atiya tumi atorot...
Heruwa xurobhi bukut xaboti
Nirobe okole asu
Tumare akha loi
(Mur poduli murole
Ahibane sochaye jaan oi
O jaan oi) ×2


Eti eti kori uthise ujwoli
Rati akashor tora
Eti duti pokhi ahise uvoti
Bisari nijore poja
Tumar thikona nepau logori
Gupone okole asu
Tumarei akha loi
(Mur poduli murole
Ahibane sochaye jaan oi
O jaan oi) ×2
Mukutare mala gathisu thoi
Pindhabole tumak asu je roi
Noyonore moni tumi mur hoi...
(Mur poduli murole
Ahibane sochaye jaan oi
O jaan oi) ×2

No comments: