Table of Contains
Introduction :
Sonu Nigam is an Indian playback singer, live performer, composer, host, and actor. He sings predominantly in Hindi and Kannada language films. He has also sung in English, Bengali, Manipuri, Gujarati, Tamil, Telugu, Marathi, Tulu, Assamese, Odia, Nepali, Maithili, Malayalamand various Indian languages. Sonu Nigam was born on 30 July 1973 to Agam Kumar Nigam and Shobha Nigam, in the city of Faridabad, Haryana. His father was from Agra and his mother was from Garhwal.অ’ মোৰ মাজনী
অ’ মোৰ মাজনী দেহা তোৰ লাৱণী চমকা মুখনি কিযে শুৱনি সঁচাকে ধুনীয়া তই তোৰ কথা দিনে-ৰাতি ভাবি থাকোঁ মই জান, শয়নে-সপোনে আহ তয়ে মনলৈ ) ×২ চাইনো চায়ো থাকিলেও নভৰে মোৰ মন তোৰে কথা ভাবিলে মোৰ কঁপে হিয়াখন ( কিয়নো নুবুজিলি বুকুৰে কথাখিনি মিচাতে নাথাকিবি দূৰে দূৰে অই বৰলা মনে আজি মৰমকে বিচাৰি বাৰে বাৰে যাব খুজে তোৰে কাষলৈ ) ×২ অ’ মোৰ মাজনী তেনেকৈ নক’বি বুকু মোৰ দহি যায় তেনে কথা শুনি মিচাতে নিদিবি দুখ ( অই জীৱনতে নাপাবি তই কোনোকালে সুখ )×২ অ’ মোৰ মাজনী দেহা তোৰ লাৱণী চমকা মুখনি কিযে শুৱনি সঁচাকে ধুনীয়া তই তোৰ কথা দিনে-ৰাতি ভাবি থাকোঁ মই জান, শয়নে-সপোনে আহ তয়ে মনলৈ হেই... এইবেলি বিহুতে জান তোকে নিবৰ মন সেয়েহে জান নেখাই-নবৈ সাঁচিছোঁ মই ধন ( মৰমৰে শিকলি তয়ে যে পিন্ধাইছিলি চিঙিব জান নোৱাৰোঁ আজি আৰু মই তই মোৰ হিয়াৰ ৰাণী হিয়াতে সুমাই ল’লি এতিয়ানো উলিয়াই দিওঁ কেনেকৈ ? )×২ অ’ মোৰ মাজনী তেনেকৈ নক’বি যায় বুকু ভাগি তয়ে মোৰ লাহৰী তোৰ বাবে গোটাইছোঁ ধন ( অহা বিহুত তোকে আপোন কৰি লোৱাৰ মন )×২ ( অ’ মোৰ মাজনী দেহা তোৰ লাৱণী চমকা মুখনি কিযে শুৱনি সঁচাকে ধুনীয়া তই তোৰ কথা দিনে-ৰাতি ভাবি থাকোঁ মই জান, শয়নে-সপোনে আহ তয়ে মনলৈ )×২.
লগৰী তুমি মোৰ হ’বানে
লগৰী তুমি মোৰ হ’বানে ? সঁহাৰি তুমি মোক দিবানে ? হাঁহিটি মাৰি বাৰু মোক চাবানে ? ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে লগৰী তুমি মোৰ হ’বানে ? সঁহাৰি তুমি মোক দিবানে ? হাঁহিটি মাৰি বাৰু মোক চাবানে ? ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে লগৰী তুমি মোৰ হ’বানে ? হৰিণী হৰিণী তোমাৰ চকুযুৰি দেখি হ’লোঁ বলীয়া অ’ জানা মোৰে প্ৰিয়া পিচলি পিচলি তোমাতে মাজনী পৰিছে মোৰে হিয়া অই হৰিণী হৰিণী তোমাৰ চকুযুৰি দেখি হ’লোঁ বলীয়া অ’ জানা মোৰে প্ৰিয়া পিচলি পিচলি তোমাতে মাজনী পৰিছে মোৰে হিয়া অ’ কাটিয়া গজা দি কোমলকৈ গজিছে লহপহীয়া পিৰীতি অই হৰিছে ঘুমটি তোমাৰ ভাৱনাতেই ক’বানে কি কৰোঁ আজি ? বিৰিণা কঁপাদি কঁপিছে হিয়াখনি কিনো শৰ মাৰিলা তুমি মৰমী ? কিনো শৰ মাৰিলা তুমি মৰমী ? লগৰী তুমি মোৰ হ’বানে ? সঁহাৰি তুমি মোক দিবানে ? হাঁহিটি মাৰি বাৰু মোক চাবানে ? ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে লগৰী তুমি মোৰ হ’বানে ? লাজুকী লাজুকী তোমাৰ অই মুখনি যেন ফুলৰ জোপোহী আই অই মোৰে দেহী ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি তোমাক জানা ৰূপহী হায় ! লাজুকী লাজুকী তোমাৰ অই মুখনি যেন ফুলৰ জোপোহী আই অই মোৰে দেহী ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি তোমাক জানা ৰূপহী অ’ দৰু দৰু দৰু মন উৰু উৰু দুহাতে দুপাখি মেলি অ’ অ’ অ’ ... মৰু মৰু মৰু মৰমতে মৰু লাগে তোমাৰ কথা ভাবি অ’ বিৰিণা কঁপাদি কঁপিছে হিয়াখনি কিনো শৰ মাৰিলা তুমি মৰমী ? কিনো শৰ মাৰিলা তুমি মৰমী ? লগৰী তুমি মোৰ হ’বানে ? সঁহাৰি তুমি মোক দিবানে ? হাঁহিটি মাৰি বাৰু মোক চাবানে ? ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে ভালপাওঁ তোমাকে দেহে-মনে.
সন্ধিয়া পৰত মন আকাশত
সন্ধিয়া পৰত মন আকাশত সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা হিয়াই হিয়াই হকা-বকা লগা হিয়াই হিয়াই হকা-বকা লগা উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা হিয়াই হিয়াই হকা-বকা লগা উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা কাণে কাণে কোনে ক’লে ফাগুনে দিলে বতৰা হিয়াৰ ছবি আঁকি দিলে নানা ৰঙী আবিৰসনা অ’ ফাগুন (অ’ ফাগুন) অ’ ফাগুন (অ’ ফাগুন) হিয়াই হিয়াই মৰম দিয়াই হিয়াই হিয়াই মৰম দিয়াই উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা সন্ধিয়া পৰত মন আকাশত সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা হিয়াই হিয়াই হকা-বকা লগা উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা তথাপি হাঁহিলে ফাগুনে মনৰে সুৰ বিলোৱাই মোৰ এই মনটি কঁপায়ে ফাগুনে দিলে পচোৱাই তথাপি হাঁহিলে ফাগুনে মনৰে সুৰ বিলোৱাই মোৰ এই মনটি কঁপায়ে ফাগুনে দিলে পচোৱাই হিয়াই হিয়াই মৰম দিয়াই হিয়াই হিয়াই মৰম দিয়াই উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা সন্ধিয়া পৰত মন আকাশত সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা সন্ধিয়া পৰত মন আকাশত নানা ভাবৰ খেলা হিয়াই হিয়াই হকা-বকা লগা হিয়াই হিয়াই হকা-বকা লগা উতলা ফাগুনৰ মেলা উতলা ফাগুনৰ মেলা.
No comments:
Post a Comment