Archive

Saturday, March 7, 2020

karatala kamala kamaladala nayana | কৰতল কমল কমল দল নয়ন | শ্ৰীমন্তশঙ্কৰদেৱৰ |

অসমীয়া নাট্য-সাহিত্যৰ জনক শঙ্কৰদেৱৰ (প্ৰথম নাটক “চিহ্নযাত্ৰা”) জন্ম হৈছিল ১৪৪৯ চনত । বিদ্যা শিক্ষা আৰম্ভ কৰি শঙ্কৰদেৱে অ-আ ক-খ শিকিয়েই ল’ৰালি কালতে (১২ বছৰ বয়সত) এটি ভক্তি বিষয়ক কবিতা  লিখি উলিয়াইছিল৷




কৰতল কমল কমল দল নয়ন।
ভব দব দহন গহন-বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰ শৰ হত দশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ।
পৰ পদ লয় কৰ কমলজ নয়ন॥

---------------------------------------------------------------------

Karatala kamala kamaladala nayana |
Bhavadava dahana gahana vana sayana ||
Napara napara para satarata gamaya |
Sabhaya mabhaya bhaya mamahara satataya ||
Kharatara varasara hatadasa vadana |
Khagachara nagadhara fanadhara sayana ||
Jagadagha mapahara bhavabhaya tarana |
Parapada layakara kamalaja nayana ||



Read More :

👉 http://www.atributetosankaradeva.org

👉 English transliteration