Archive

Sunday, December 1, 2019

Rib Rib Ke Ba Bulise | Movie : Suren Suror Putek | Singer : Tarali Sharma | Lyrics & Tune : Dr. Hitesh Baruah



ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে
চিলমিল টোপনিতে
চকামকা সপোনতে
চেনাই মোৰ আহিছে...
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে...

🎼🎼🎼🎼

(জিলমিল জিলমিল
চিকমিক চিকমিক
নীলা নীলা পানী
শিলে শিলে বৈ আহিছে
কুলু কুলু ধ্বনি) ×২

সুকোমল শুকুলা কঁহুৱা হালিছে
মোৰ এই শুৱলা বাঁহীটি বাজিছে
চেনাই মোৰ আহিছে...
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে

🎼 🎼 🎼 🎼

(টুন্ টুন্ টুন্ টুন্
টুনী চৰাই
চিকি চিকি চিকি চিকি মাত
টিপ্ টিপ্ টিপ্ টিপ্
টিপচিৰো ততে নাই যে গাত) ×২

[গুণগুণ ভোমোৰা
সুষম কুলি
ডালে ডালে পাহি
ডালক ফুল বুলি(?)]
চেনাই মোৰ আহিছে...
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে
লিহিৰি পাত
জিৰিজিৰি কঁপিছে
ৰুণজুন সুৰ বাজিছে
চিলমিল টোপনিতে
চকামকা সপোনতে
চেনাই মোৰ আহিছে...
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে...
ৰিবৰিব কে (কৈ) বা বলিছে
আঁচল মোৰ উৰিছে

গীতৰ ফাঁকিঃ ৰিবৰিবকে বা বলিছে
বোলছবিঃ চুৰেন চোৰৰ পুতেক
কণ্ঠশিল্পীঃ তৰালী শৰ্মা
গীতিকাৰঃ ডাঃ হিতেশ বৰুৱা
সুৰকাৰঃ ডাঃ হিতেশ বৰুৱা



Rib rib ke ba bolise
Asol mur urise
Lihiri paat
Jiri jiri kopise
Runjun xur bajise
Silmil tuponite
Sokamoka xopunote
Senai mur ahise...
Rib rib ke ba bolise
Asol mur urise...

🎼  🎼  🎼  🎼

(Jilmil jilmil
Sikmik sikmik
Nila nila pani
Xile xile boi ahise
Kulu kulu dwoni) ×2

Xukumol xukula kohuwa halise
Mur ai suwola bahiti bajise
Senai mur ahise...
Rib rib ke ba bolise
Asol mur urise
Lihiri paat
Jiri jiri kopise
Runjun xur bajise

🎼 🎼 🎼 🎼

(Tun tun tun tun
Tuni chorai
Siki siki siki siki maat
Tip tip tip tip
Tiposiru tote nai je gaat) ×2

[Gun gun bhumura
Xukhom kuli
Dale dale pahi
Dalok phul buli (?)]
Senai mur ahise...
Rib rib ke ba bolise
Asol mur urise
Lihiri paat
Jiri jiri kopise
Runjun xur bajise
Silmil tuponite
Sokamoka xopunote
Senai mur ahise...
(Rib rib ke ba bolise
Asol mur urise...) ×2

No comments: