Archive

Tuesday, November 26, 2019

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে | Rati rati xun mur xopunbure | কণ্ঠশিল্পীঃ জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা | Singer: Zubeen Garg, Gayatri Hazarika | বোলছবিঃ ৰত্নাকৰ (২০১৯) | Film/Movie: Ratnakar (2019) | কথাঃ জুবিন গাৰ্গ | Lyrics: Zubeen Garg | সংগীতঃ জুবিন গাৰ্গ | Music: Zubeen Garg |


ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...

পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি তোমাৰেই লৰ মাৰে
নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ
সপোন ভাঁজত...

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...

🎼🎼🎼🎼🎼🎼

নিথৰ ৰাতি তোমাৰ বুকুৰ
শব্দ শুনো মই

তুমি চাগে এনেকুৱাই...

এন্ধাৰ পথত জোনাক ৰাতি
খোজে খোজে মই

তুমি চাগে এনেকুৱাই...

নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ
সপোন ভাঁজত...

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...

🎼🎼🎼🎼🎼🎼

দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়া

তুমিটো এনেকুৱাই

বোকাত পদুম ফুলাৰ দৰেই
জুবুৰিয়াই দিয়া...

ফুলি আছোঁ তেনেকুৱাই

নেজানো ক’ত তুমি থাকা
নেজানো মই ক’ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ
সপোন ভাঁজত...

ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...

🎼🎼🎼🎼🎼🎼

নেজানো ক'ত তুমি থাকা
নেজানো মই ক'ত থাকোঁ
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত
ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে...

🎼🎼🎼🎼🎼🎼


Lyrics by Zubeen Garg
Movie : Ratnakar (2019)



Rati rati xun mur xopunbure
Khedi khedi muk akou xui pore...

Puhor puhor mur protitu puwa jage
Tumar kotha bhabi tumarei lor mare
Nejanu kot tumi thaka
Nejanu moi kot thaku
Janu mathu ami thaku
Xopun bhajot...

Rati rati xun mur xopunbure
Khedi khedi muk akou xui pore...

🎼🎼🎼🎼🎼🎼

Nithor rati tumar bukur
Xobdo xunu moi

Tumi sage enekuwai...

Endhar pothot junak rati
Khuje khuje moi

Tumi sage enekuwai...

Nejanu kot tumi thaka
Nejanu moi kot thaku
Janu mathu ami thaku
Xopun bhajot...

Rati rati xun mur xopunbure
Khedi khedi muk akou xui pore...

🎼🎼🎼🎼🎼🎼

Dukhor bikhor senehburu
Uboriyai diya

Tumitu enekuwai...

Bukat podum fular dorei
Juburiyai diya...

Fuli asu tenekuwai...

Nejanu kot tumi thaka
Nejanu moi kot thaku
Janu mathu ami thaku
Xopun bhajot...

Rati rati xun mur xopunbure
Khedi khedi muk akou xui pore...

🎼🎼🎼🎼🎼🎼

Nejanu kot tumi thaka
Nejanu moi kot thaku
Janu mathu ami thaku
Xopun bhajot...
Rati rati xun mur xopunbure
Khedi khedi muk akou xui pore...

🎼🎼🎼🎼🎼🎼


 Watch On Youtube

No comments: