Archive

Sunday, June 30, 2019

বাৰুদৰ কলাহলতে আজি মাৰ গ’ল | Barudor kolaholote aji mar gol | কণ্ঠঃ সংগীতা বৰঠাকুৰ | কথা/সুৰঃ চৈয়দ চাদুল্লা | Singer : Sangeeta Borthakur | Lyrics/Tune : Syd Saddulla |

বাৰুদৰ কলাহলতে আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
(স্বয়ংচালিত হাথিয়াৰ) ×২
বাৰুদৰ কলাহলতে
(আজি মাৰ গ’ল) ×২



(সিৰৰ সেন্দূৰ কত
অকালতে মচা গ’ল
অনাথ শিশু কত
উচপি ৰ’ল) ×২
(ৰোধে আজি কোনে কাক
শক্তি আছে এনে কাৰ?) ×২
(স্বয়ংচালিত হাথিয়াৰ) ×২
বাৰুদৰ কলাহলতে
(আজি মাৰ গ’ল) ×২

(মূল্যবোধৰ আজি
মূল্য নোহোৱা হ’ল
মানুহৰ চেতনা
ক’তেনো হেৰাই গ’ল? ) ×২
(চৌদিশে শুনো মাথোঁ
অস্ত্ৰৰে ঝংকাৰ) ×২
(স্বয়ংচালিত হাথিয়াৰ) ×২
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
(স্বয়ংচালিত হাথিয়াৰ) ×২
বাৰুদৰ কলাহলতে
(আজি মাৰ গ’ল) ×২






Barudor kolaholote
Aji mar gol
Nirih manuhor artona
Manuhe manuhok koribole xonghar
Maronastror aji melise prohar
(Swoyongsalito hathiyar) ×2
Barudor kolaholote
(Aji mar gol) ×2

(Siror sendur koto
Okalote mocha gol
Onath sishu koto
Uchupi rol) ×2
(Rudhe aji kune kak
Sokti ase ane kar?) ×2
(Swoyongsalito hathiyar) ×2
Barudor kolaholote
(Aji mar gol) ×2

(Mulyobudhor aji
Mulyo nuhuwa hol
Manuhor chetona
Kotenu herai gol? ) ×2
(Choudikhe xunu mathu
Ostrore zhonkar) ×2
(Swoyongsalito hathiyar) ×2
Barudor kolaholote
Aji mar gol
Nirih manuhor artona
Manuhe manuhok koribile xonhar
Maronastror aji melise prohar
(Swoyongsalito hathiyar) ×2
Barudor kolaholote
(Aji mar gol) ×2

No comments: