Archive

Wednesday, January 23, 2019

এটি চৰাই গুণ গুণাই || Eti chorai || Artist ∶ Nilima Khatun || Music ∶ Apurba Kumar Das || Lyrics ∶ Amit Sarkar ||




গীতৰ ফাঁকি ∶ এটি চৰাই গুণ গুণাই
কণ্ঠশিল্পী : নীলিমা খাতুন
গীতিকাৰ : অমিত সৰকাৰ
সুৰকাৰ ∶ অপূৰ্ব কুমাৰ দাস



এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই...
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই
এটি চৰাই...৷


এজাক বতাহে পাহে পাহে
মাধৈ মালতীক দিলে দোলাই
এজাক বতাহে পাহে পাহে
মাধৈ মালতীক দিলে দোলাই
আলফুলকৈ কৈ গ’ল
মৰম বিলাই
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই
এটি চৰাই...৷


এটি ক্ষণে অকাৰণে
এটি স্মৃতি গ’ল সোঁৱৰাই
এটি ক্ষণে অকাৰণে
এটি স্মৃতি গ’ল সোঁৱৰাই...
মন উৰি গ’ল দুৰণিলৈ
মিঠা মিঠা সপোন ধিয়াই...
মন উৰি গ’ল দুৰণিলৈ
মিঠা মিঠা সপোন ধিয়াই
আকাশ হ’লোঁ মই সীমা চেৰাই
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই...
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই...
এটি চৰাই...৷

http://sorapaat.blogspot.com






SORAPAAT
(http://sorapaat.blogspot.com)

“জনপ্ৰিয় অসমীয়া গীতসমূহ”

অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)


Song ∶ Eti chorai
Artist ∶ Nilima Khatun
Music ∶ Apurba Kumar Das
Lyrics ∶ Amit Sarkar



Eti chorai gun gunai
Eti chorai gun gunai
Ki xur janu
Muk gol xunai...
Eti chorai gun gunai
Eti chorai gun gunai
Ki xur janu
Muk gol xunai
Eti chorai...


Ejak botahe pahe pahe
Madhoi malotik dile dulai
Ejak botahe pahe pahe
Madhoi malotik dile dulai
Alfulkui kui gol
Morom bilai
Eti chorai gun gunai
Eti chorai gun gunai
Ki xur janu
Muk gol xunai
Eti chorai...


Eti khyone okarone
Eti smriti gol suworai
Eti khyone okarone
Eti smriti gol suworai...
Mon uri gol duroniloi
Mith mith xopun dhiyai
Mon uri gol duroniloi
Mith mith xopun dhiyai
Akash holu moi xima serai
Eti chorai gun gunai
Eti chorai gun gunai
Ki xur janu
Muk gol xunai...
Eti chorai gun gunai
Eti chorai gun gunai
Ki xur janu
Muk gol xunai...
Eti chorai...


http://sorapaat.blogspot.com

No comments: