Archive

Thursday, January 17, 2019

ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ || Bhabisilu likhu buli sithi tumaloi || Singer : Anima Choudhury || Lyricist : Satish Das || Musician : Ramen Barua ||





গীতৰ ফাঁকিঃ ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী 
গীতিকাৰঃ সতীশ দাস
সুৰকাৰঃ ৰমেন বৰুৱা
বোলছবি/এলবামঃ


ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে ...
মই …
নেপালোঁ যে কথা বিচাৰি ৷
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
অই …
নাপালোঁ যে কথা বিচাৰি



মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
মোৰ মৰমৰে বুলি লিখিবলৈ
মোৰ লাজ লাগে
তোমাৰ মৰমেৰে
মন দেখোন নিলা কাঢ়ি
তথাপিও ভাৱিছোঁ মই লিখোঁ তোমালৈ
দিবা জানো ?
দিবা জানো তুমি সঁহাৰি...?
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি



কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
কথা কৈছিলা কিমান ভাল লগা
তুমি পাহৰিলা !
চাগে মই আছোঁ
তাকেই মাথোঁ সুঁৱৰি
ভাৱিছোঁ মই কিনো লিখি
দিওঁ সোঁৱৰাই
কেতিয়ানো,
আমাৰ কেতিয়ানো হ’ল চিনাকি
ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ...
নাপালোঁ যে কথা বিচাৰি
মই …
নাপালোঁ যে কথা বিচাৰি
মই...
নাপালোঁ যে,
কথা বিচাৰি...৷





Song : Bhabisilu likhu buli sithi tumaloi
Singer : Anima Choudhury
Lyricist :  Satish Das
Musician :  Ramen Barua
Movie/Album : 

Bhabisilu likhu buli sithi tumaloi
Napalu je...
Moi …
Napalu je kotha bisari.
Bhabisilu likhu buli sithi tumaloi
Napalu je kotha bisari
Ooi …
Napalu je kotha bisari



Mur moromore buli likhiboloi
Mur laj lage
Tumar moromere
Mon dekhun nila karhi
Mur moromore buli likhiboloi
Mur laj lage
Tumar moromere
Mon dekhun nila karhi
Tothapiu bhabisu moi likhu tumaloi
Diba janu?
Diba janu tumi xohari?
Bhabisilu likhu buli sithi tumaloi
Napalu je kotha bisari
Moi …
Napalu je kotha bisari



Kotha kuisila kiman val loga
Tumi pahorila !
Sage moi asu takei mathu xuwori
Kotha kuisila kiman val loga
Tumi pahorila !
Sage moi asu takei mathu xuwori
Vabisu moi kinu likhi diu xuworai
Ketiyanu,
Amar ketiyanu hol sinaki
Bhabisilu likhu buli sithi tumaloi
Napalu je kotha bisari
Moi …
Napalu je kotha bisari
Moi …
Napalu je,
Kotha bisari...


No comments: