ৱিকিউৎস হৈছে সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ এক মুক্ত (ডিজিটেল) পুথিভঁৰাল। অসমীয়া ৱিকিউৎসত প্ৰকাশ/আপলোড কৰা আৰু বৈধকৰণ সম্পূৰ্ণ হোৱা কিতাপসমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক৷ ৱিকিউৎসৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক৷ অসমীয়া ৱিকিউৎসৰ পৰা বৈধকৰণ সম্পূৰ্ণ হোৱা কেইখনমান কিতাপৰ নাম (লিংক) ডাউনলোড কৰিব পৰাকৈ তলত তুলি দিয়া হ’ল৷
- অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত (শ্ৰীহেমচন্দ্ৰ শৰ্মা আৰু শ্ৰীশশীমোহন ভট্টাচাৰ্য্য)


- অশান্ত জন্মভূমি (উমেশ বৈশ্য)


- অসমীয়া আদি পাঠ (আনন্দচন্দ্ৰ আগৰৱালা)


- অসমীয়া লৰাপাঠ— দ্বিতীয় ভাগ (জয়চন্দ্ৰ চক্ৰবৰ্ত্তি)


- অসমীয়া ল'ৰাৰ ব্যাকৰণ (দীনবন্ধু তৰ্কালঙ্কাৰ)


- আখৰৰ ৰেলগাড়ী (সপোনমাধুৰী দত্ত)


- আল্লাউদ্দিন আৰু এটি আচৰিত চাকি (আজলীতৰা নেওগ)


- আলিবাবা আৰু দুকুৰি ডকাইত (আজলীতৰা নেওগ)


- ঊষা-হৰণ (বৃষকেতু)


- কত যে কথা (তিলোত্তমা বৰুৱা)


- চলচ্চিত্ৰ (উৎপল দত্ত)


- চিন্তা-তৰঙ্গ (আগ-ছোৱা) (কমলাকান্ত ভট্টাচাৰ্য্য)


- পোহৰ আনোতা (জয়ন্ত কুমাৰ শৰ্মা)


- প্ৰতিফল (উপেন্দ্ৰ নাথ দত্ত)


- বব্ৰুবাহ পৰ্ব্ব (হৰিহৰ বিপ্ৰ)


- মণিকুট (ৰামচন্দ্ৰ দাস)


- মনোমতী (ৰজনীকান্ত বৰদলৈ)


- সঙ্গীত-কোষ (লক্ষ্মীৰাম বৰুৱা)

- সিন্দবাদ আৰু সাতোটি জলযাত্ৰা (আজলীতৰা নেওগ)


- ৰচনা মালিকা (উমেশ বৈশ্য)


- ৰূপালীম্ (জ্যোতিপ্ৰসাদ আগৰৱালা)


- হত্যাকাৰী কোন? (দণ্ডিনাথ কলিতা)


- হেমহাৰ (হেমচন্দ্ৰ শৰ্ম্মা বৰুৱা)


- হৰিশ্চন্দ্ৰ উপাখ্যান (শংকৰদেৱ)


- চিন্তা-কলি (সত্যনাথ বৰা)


- খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ (ৰাম সৰস্বতী)


- শিশু লীলা (অজ্ঞাত)


- ষষম্বেদ (বিষ্ণুৰাম দাস)


- একুৰি এটা গল্প (প্ৰণামিকা অধিকাৰী)


* অসমীয়া বিকিউৎসত বৈধকৰণ সম্পূৰ্ণ হোৱা কিতাপসমূহ চাবলৈ বা পঢ়িবলৈ এই লিংকত ক্লিক কৰক৷
0 Comments