গীত : বা ৰিব মলয়াই

বোলছবি : বুকুৰ মাজত জ্বলে

কণ্ঠশিল্পী : শান্তা উজীৰ

কথা : মৃণাল কুমাৰ চৌধুৰী

সংগীত : জয়ন্ত দাস

Ba rib moloyai lyrics

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

মাটিৰ সৰগ যেন গাঁওখনি মোৰেই

মাটিৰ সৰগ যেন গাঁওখনি মোৰেই

চাই চাই হেঁপাহ নপলায়

অ’... অ’...

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়


চেঙেলীয়া নৈৰ গঢ়া

খোজ পিছলিব পৰা

লাহে লাহে যাবা ঘাটলে

ভৰিৰ পিছল খালে

চিন থাকে দুদিনলে

ভয় যদি মন পিছলে

কোনে মন পিছলালে

অ’ তোমাৰ

কোনে মন পিছলালে

কোনে মন পিছলালে

অ’ তোমাৰ

কোনে মন পিছলালে

যা... নাই নাই তেনেকুৱা নাই

মই নিজেও বুজি পোৱা নাই

অ’... অ’...

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়


ৰিমঝিম বৰষুণে

দেহাটি তিয়াই দিলে

মন পিছে সাৰ পৰা নাই

কুলিৰ কোমল মাতে

প্ৰাণ দিলে গছে-পাতে

দেহাটিও কৰে ৰাই যাই

ৰাই যাই কৰিলে মন

বুজি পায় আচল কথাটি ঐ

ৰাই যাই কৰিলে মন

বুজি পায় আচল কথাটি ঐ

যা... যা... নাই নাই

অ’ মই নিজেয়ো বুজি পোৱা নাই

অ’... অ’...

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

মাটিৰ সৰগ যেন গাঁওখনি মোৰেই

মাটিৰ সৰগ যেন গাঁওখনি মোৰেই

চাই চাই হেঁপাহ নপলায়

অ’... অ’...

বা ৰিব মলয়াই

কি কথা কৈ যায়

দেহা মন জুৰ পৰি যায়

অ’... অ’... অ’...

লা ... লা... লা...

লা ... লা... লা...