সৰাপাত
“সৰাপাত” ব্লগলৈ আপোনাক স্বাগতম
Home
Blogs
Books
Lyrics
News
Archive
Archive
June 2023 (1)
March 2023 (1)
February 2023 (7)
July 2022 (2)
June 2022 (2)
March 2022 (2)
February 2022 (1)
December 2021 (2)
May 2021 (3)
April 2021 (2)
March 2021 (1)
January 2021 (8)
December 2020 (4)
June 2020 (6)
May 2020 (1)
April 2020 (2)
March 2020 (17)
February 2020 (7)
January 2020 (5)
December 2019 (4)
November 2019 (4)
July 2019 (1)
June 2019 (1)
May 2019 (1)
April 2019 (2)
March 2019 (15)
February 2019 (34)
January 2019 (70)
December 2018 (19)
November 2018 (2)
October 2018 (64)
Showing posts with label
I
.
Show all posts
Showing posts with label
I
.
Show all posts
Friday, May 24, 2019
আই লাভ ইউ বুলি ক’লোঁ মই | I Love You Buli Kolu Moi | কথা/সুৰ/কণ্ঠঃ জুবিন গাৰ্গ | Artist/Lyrics/Music : Zubeen Garg | এলবামঃ যন্ত্ৰ | Album ∶ Jantra |
আই লাভ ইউ বুলি ক’লোঁঁ মই
তুমি চাগে নুশুনিলা
কঠিন শিলৰে হৃদয়
তোমাৰ সঁচাকৈ জানা
আই নী-ড্ ইউ বুলি ক’লোঁ মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি
নুমাল হঠাতে জানা?
সম্পূৰ্ণকৈ পঢ়ক»
Sunday, October 14, 2018
ইমান মৰম কিয়নো দিলা | Iman morom kiyonu dila | Singer: Kumar Sanu | Music: Hiren Gohain | lyrist: Hiren Gohain |
সৰাপাত
(
Www.sorapaat.blogspot.com
)
Assamese
Songs' Lyrics
গীতৰ ফাঁকি: ইমান মৰম কিয়নো দিলা
কণ্ঠশিল্পী: কুমাৰ চানু
সুৰকাৰ: হীৰেন গোঁহাই
গীতিকাৰ: হীৰেন গোঁহাই
ইমান মৰম কিয়নো দিলা
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ৰিক্ত উদাস মন
তুমিয়ে কৰিলা দৰৰে ভৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা।
ছন্দ দিলাহি গতিহীন জীৱনত
পিয়লা ভৰাই দিলা
প্ৰাণৰে সুধা
প্ৰাণৰে সুধা
পৰিচয় দিলা বহু
জনমৰ আপোন হৈ
ক'তেনো এৰিলা সঙ্কা-দিধা?
সঙ্কা-দিধা
সৰগৰ পুৰি যেন
দিছাহি ধৰা...
ইমান মৰম দিছা
সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা।
ঘূৰিলোঁ বহু বাট
অঘৰীৰ দৰে
তুমি আহি দেখুৱালা
শান্তিৰ নীড়
শান্তিৰ নীড়
দুচকুত এতিয়া
দিন প্ৰতিদিনে
মৌ মিঠা স্বপ্নই
কৰিছেহি ধিপ্
কৰিছেহি ধিপ্
বিসংগ মন মোৰ
মাৰিছে উৰা
ইমান মৰম দিলা
সহিব নোৱাৰা।
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ইমান মৰম কিয়নো দিলা
হায়! সহিব নোৱাৰা
ৰিক্ত উদাস মন
তুমিয়ে কৰিলা দৰৰে ভৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
যাছিলা ইমান প্ৰীতি
সহিব নোৱাৰা
ইমান মৰম
কিয়নো দিলা
হায়!
সহিব নোৱাৰা...।
সম্পূৰ্ণকৈ পঢ়ক»
Older Posts
Home
View mobile version
Subscribe to:
Posts (Atom)