Tuesday, February 28, 2023
Enekoiye Bhagene Xopun | এনেকৈয়ে ভাগেনে সপোন | সপোন | মনজোস্না মহন্ত
Monday, January 18, 2021
Eku je nai lyrics | একো যে নাই Lyrics | Zubeen Garg | Silaa |
Eku je nai Lyrics
Album : Silaa
Song : Eku je nai
Singer : Zubeen Garg
Composer : Zubeen Garg
Lyrics : Zubeen Garg
Eku je nai
Kunu nai
Xopunoru thikona nai
Tothapitu baate sai
Sokujuri mur nodi hoy
Puwal xubakhe moi
Protitu barixar hoi
Boi boi boi boi
Jot nodir xuti roy
Sokulure boi goi
Dakuwai madhuri hol
Ghuna xutit
Tuke log pam ne nai?
Dakuwal nai
Sithi nai
Post office
Aji bondho hay!
Telegram nai
WhatsApp nai
Facebook nai
Aku address nai...
Hiyar kupe moi
Protitu barixa hoi
Boi boi boi boi
Jot nodir xuti roy
Sokulure boi goi
Dakuwai madhuri hol
Ghuna xutit
Tuke log pam ne nai?
Kobita nai
Gaano nai
Onubhutir gudgudi nai
Abeli nai
Godhuli nai
Sar puwar kutkuti nai
Panchoi tulungbhutung
Soi de soi de muk
Axikh bule panit tur dapun
Eku je nai
Kunu nai
Xopunotu thikona nai
Tothapitu baate sai
Sokujuri bikhai jay.
Eku je nai
Kunu nai
গীতৰ কুলি : একো যে নাই
কণ্ঠশিল্পী/সুৰকাৰ/গীতিকাৰ : জুবিন গাৰ্গ
এলবাম : চিলা
মুক্তি : ১৮ জানুৱাৰী, ২০২১ (একো যে নাই)
একো যে নাই
কোনো নাই
সপোনৰো ঠিকনা নাই
তথাপিতো বাটে চাই
চকুজুৰি মোৰ নদী হয়
পুৱাল সুবাসে মই
প্ৰতিটো বাৰিষাৰ হৈ
বৈ বৈ বৈ বৈ
য’ত নদীৰ সূঁতি ৰয়
চকুলোৰে বৈ গৈ
ডাকোৱাই মাধুৰী হ’ল
ঘুণা সূঁতিত
তোকে লগ পাম নে নাই?
ডাকোৱাল নাই
চিঠি নাই
প’ষ্ট অভিচ
আজি বন্ধ হায়!
টেলিগ্ৰাম নাই
হোৱাটচএপ নাই
ফেইচবুক নাই
একো এড্ৰেচ নাই...
হিয়াৰ কোপে মই
প্ৰতিটো বাৰিষা হৈ
বৈ বৈ বৈ বৈ
য’ত নদীৰ সূঁতি ৰয়
চকুলোৰে বৈ গৈ
ডাকোৱাই মাধুৰী হ’ল
ঘুণা সূঁতিত
তোকে লগ পাম নে নাই?
কবিতা নাই
গানো নাই
অনুভূতিৰ গুড্গুডি নাই
আবেলি নাই
গধূলি নাই
সাৰ পোৱাৰ কূটকূটি নাই
পানচৈ টুলুংভুটুং
চুই দে চুই দে মোক
আশিস বোলে পানীত তোৰ দাপোণ
একো যে নাই
কোনো নাই
সপোনৰো ঠিকনা নাই
তথাপিতো বাটে চাই
চকুজুৰি বিষাই যায়৷
একো যে নাই
কোনো নাই
Monday, November 25, 2019
Sunday, March 3, 2019
এই পৃথিৱী এক ক্রীড়াঙ্গন || Ei prithibi ek krirangon || Artist/Lyrics/Music : Dr. Bhupen Hazarika ||
গীতৰ ফাঁকিঃ এই পৃথিৱী এক ক্রীড়াঙ্গন
কণ্ঠশিল্পীঃ ড° ভূপেন হাজৰিকা
গীতিকাৰঃ ড° ভূপেন হাজৰিকা
(তেজপুৰ: ২০/১২/১৯৯৫)
সুৰকাৰঃ ড° ভূপেন হাজৰিকা
(এই পৃথিৱী এক ক্রীড়াঙ্গন
ক্রীড়া হ’ল শান্তিৰ প্রাঙ্গন) ×২
এই পৃথিৱী এক ক্রীড়াঙ্গন
ক্রীড়াঙ্গন
যৌৱন য’ত আজি জ্যোতিৰ্ম্ময়
জ্যোতিৰ্ম্ময়
অসুস্থ এলাহক এফলীয়া কৰি
য’ত, জীৱনৰ গতি হয় কৰ্মময়
কৰ্মময় কৰ্মময়
(এই পৃথিৱী এক ক্রীড়াঙ্গন
ক্রীড়া হ’ল শান্তিৰ প্রাঙ্গন) ×২
Wednesday, January 23, 2019
Sunday, October 14, 2018
এইবাৰ দেহা অ' | Eibar deha oo | Singer: Kumar Sanu | Music: Jayanta Das | lyrist: Tarun Sharma |
(Www.sorapaat.blogspot.com)
Assamese Songs' Lyrics
গীতৰ ফাঁকি: এইবাৰ দেহা অ'
কণ্ঠশিল্পী: কুমাৰ চানু
সুৰকাৰ:জয়ন্ত দাস
গীতিকাৰ: তৰুণ শৰ্মা
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
তোক চেনেহী যে
লাগে নতুন
তৰা চাদৰৰ আঁচলতে
তোৰ হাঁহিটি যে
ৰঙৰ পদুম
নাচে দুপৰৰ পতাহতে
অ' দেহা...
সেয়ে মন ৰূপতে দহিছে
অ' দেহা...
সেয়ে মন ৰূপতে দহিছে
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
তই চেনেহী যে
ইমান আপোন
তুলনাহে নাই বুজাবলৈ
তোক নেদেখিলে নাহে সপোন
ৰওঁ ৰাতি মই উজাগৰে
অ' দেহা...
মোৰ মন মৰমে দহিছে
অ' দেহা...
মোৰ মন মৰমে দহিছে
এইবাৰ দেহা অ'
বুজি পালোঁ মই
মোলৈ যে কিমান মৰম
আছ পদূলিতে ৰৈ...
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
দিনে নিশাই কিয়নো
আহ মনলৈ
Www.sorapaat.blogspot.com