Archive

Showing posts with label Mousumi Sahariya. Show all posts
Showing posts with label Mousumi Sahariya. Show all posts

Wednesday, May 5, 2021

Sinaaki Sinaaki Tumar Kinu Naam | Mousumi Sahariya | Mrinal Kanti | Nachu Nachu Lage Mon | চিনাকি চিনাকি তোমাৰ কিনো নাম

গীতৰ কুলি : চিনাকি চিনাকি তোমাৰ কিনো নাম

কণ্ঠ : মৌচুমী চহৰীয়া

কথা : মৃণাল কান্তি

এলবাম : নাচো নাচো লাগে মন

ভাষা : অসমীয়া


Sinaaki Sinaaki Tumar Kinu Naam Lyrics :


চিনাকি চিনাকি তোমাৰ কিনো নাম

অচিনাকি সুৰে গোৱা কিনো গান

আমি হ’লোঁ বলিয়া

মৰম যে কুমলীয়া

যাচিলোঁ তোমাক কোৱাচোন কোন তুমি

চিনাকি চিনাকি মোৰো আছে নাম

অচিনাকি সুৰে গাওঁ কত গান

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


ফুলে হাঁহে দেখোঁ মোৰ স’তে

মন ফুলা এই পৰতে

পখীটিও উৰে মোৰ স’তে

গান গাই গাই...


মন নাচা ব’হাগতে

মোহনীয়া শৰততে

জোনাকীয়ো হাঁহে মোৰ

ফালেলে (লৈ) চাই চাই


আজি চেনেহত

পৰশে পালোঁ

উন্মনা সপোনে সজাই

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


মৌসনা গধূলিতে

জোনাকী জ্বলা পৰতে

আশাবোৰ আজি পোহৰে

সজাই যায়

ফাগুনৰ চোতালতে

দূবৰিৰ দলিচাতে

নিয়ৰো সৰে মলয়াৰে বা পাই

নুবুজিলোঁ মই

অচিনা কিহৰ 

মনটি কেনিনো উৰি যায়

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী


চিনাকি চিনাকি তোমাৰ কিনো নাম

অচিনাকি সুৰে গোৱা কিনো গান

আমি হ’লোঁ বলিয়া

মৰম যে কুমলীয়া

যাচিলোঁ তোমাক কোৱাচোন কোন তুমি


চিনাকি চিনাকি মোৰো আছে নাম

অচিনাকি সুৰে গাওঁ কত গান

মই যে হ’লোঁ বলিয়া

মৰম মোৰ কুমলীয়া

কিয় বাৰু চোৱা মোক জুমি জুমি?

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী

মই মৌচুমী, মই মৌচুমী...


Song : Sinaaki Sinaaki Tumar Kinu Naam

Singer : Mousumi Sahariya

Lyrics : Mrinal Kanti

Album : Nachu Nachu Lage Mon

Language : Assamese


Sinaaki Sinaaki Tumar Kinu Naam Lyrics :


Sinaki sinaki tumar kinu naam

Osina xure guwa kinu gaan

Aami holu boliya

Morom je kumoliya

Jasilu tumak kuwasun kun tumi


Sinaki sinaki muru ase naam

Osinaki xure gau koto gaan

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi,  moi Mousumi


Phule hahe dekhu mur sote

Mon phula ai porote

Pokhitiu ure mur sote

Gaan gai gai...


Mon nasa bohagote

Muhoniya sorotote

Junakiyu hahe mur

Falele sai sai


Aji senehot

Porokhe palu

Unmona xopume sojai

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi


Mousona godhulite

Junaki jwola porote

Aakhabur aji puhore

Sojai jay

Fagunor sutalote

Duborir dolisate

Niroru sore moloyare baa pai

Nubujilu moi

Osina kihor

Monti keninu uri jay

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi


Sinaki sinaki tumar kinu naam

Osina xure guwa kinu gaan

Aami holu boliya

Morom je kumoliya

Jasilu tumak kuwasun kun tumi


Sinaki sinaki muru ase naam

Osinaki xure gau koto gaan

Moi je holu boliya

Morom mur kumoliya

Kiyo baru suwa muk jumi jumi?

Moi Mousumi, moi Mousumi

Moi Mousumi, moi Mousumi

Moi Mousumi, moi Mousumi...


Thursday, April 29, 2021

Moi pahari suwali | Mousumi Sahariya | Hridip Sarma | Mrinal Kanti

Song : Moi pahari suwali

Singer : Mousumi Sahariya, Hridip Sarma

Lyrics : Mrinal Kanti

Album : Nachu Nachu Lage Mon

Language : Assamese

Moi Pahari Suwali Lyrics


অ’... অ’... অ’...

লা লা লা লা ...


মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি



ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

ৰিণিকি ৰিণিকি শুনো

দূৰৈৰ মিঠা বাঁহীৰ সুৰ...

শুকুলা ডাৱৰে সানি দিলে

তাতে মৰমবোৰ

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

সেই সুৰে চুমা আঁকে

কোমলকৈ হিয়াখনিত মোৰ...

অ’... অ’... অ’...

লা লা লা লা ...


জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

জোনাক ভৰা আকাশখনিত

আছে তৰা উপচি...

নিজানতে মোকে দেখি

মাতিছে হাত বাউলি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মনে মনে কিনো ক’লে

একোকে নাপালোঁ বুজি

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

নাচোনৰ তালে তালে নিজৰাটি বৈ আহে

কুলুকুলু সুৰেৰে হিয়া উপচি পৰে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

পাতৰ আঁৰে মিঠা ৰ’দে

কিনো কয় কাণে কাণে

মই পাহাৰী ছোৱালী

বনৰ কেতেকী

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

উলাহতে নাচি-বাগি কৰোঁ ধেমালি

অ’... অ’... অ’...

লা লা লা লা ...