Showing posts with label D. Show all posts
Showing posts with label D. Show all posts
Monday, December 2, 2019
Sunday, December 1, 2019
ধূলিকণা অঘৰী কবিতা| Song: Dhulikona Oghori kobita| কণ্ঠশিল্পীঃ জুবিন গাৰ্গ, জুবলী বৰুৱা, পাঞ্চনা ৰাভা | Singer: Zubeen Garg, Zublee Baruah, Panchana Rabha | বোলছবিঃ কাঞ্চনজংঘা(২০১৯) | Film/Movie: Kanchanjangha (2019) | কথাঃ শশাংক সমীৰ | Lyrics: Sasanka Samir | সংগীতঃ জুবিন গাৰ্গ | Music: Zubeen Garg |
Wednesday, November 13, 2019
Saturday, February 9, 2019
Wednesday, January 23, 2019
দূৰে দূৰে কোনে || Dure dure kune || Lyricist ∶ Tafajjul Ali || Singer ∶ Jyotirmoy Kakati ||
গীতৰ ফাঁকি: দূৰে দূৰে কোনে
কণ্ঠশিল্পী: জ্যোতিৰ্ময় কাকতি
গীতিকাৰ: তফজ্জুল আলি
দূৰে দূৰে কোনে...
[দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে] ×২
দূৰে দূৰে কোনে
[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] ×২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] ×২
দূৰে দূৰে কোনে...
[মায়াবী মুৰুলী বাজে
জীৱনৰে তালে তালে] ×২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে...
দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে
দূৰে দূৰে কোনে...৷
http://sorapaat.blogspot.com
Sunday, January 13, 2019
দিখৌ নৈৰ পাৰৰে || Dikhou noir parore || Singer : Anima Choudhury || Lyricist : Mrinal Kr. Choudhury ||
গীতৰ ফাঁকিঃ দিখৌ নৈৰ পাৰৰে
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী
গীতিকাৰঃ মৃণাল কুমাৰ চৌধুৰী
সুৰকাৰঃ মৃণাল কুমাৰ চৌধুৰী
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে...
কাৰেং ঘৰ আছে নিঃপালি দি শুই
ৰংঘৰ কেঁহেৰাজ বটা
জেৰেঙা পথাৰত জয়াৰে উচুপনি
গোদাপানিৰ দল ক’তা
শৰাইঘাটতে মোমায়ে টোপনিয়াই
লাচিতৰ উমঘাম নাই
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে...
শিৱৰে দ’লৰে বৰখুটা লৰিছে
বৰদোৱাত নাম ভটিমা নাই
অ’ চাটিছে ৰঘূমলা
গড়গঞা কটাৰীৰ দাবেও কাটিছিলে
শান আজি মামৰেহে খায়
পিঠি পুৰিলেও উভতি শুব জানি
বদনে ৰণশিঙা বায়
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পাই
দিখৌ নৈৰ পাৰৰে... ।
Sunday, December 30, 2018
দুয়ো মুখামুখি | Duyu mukhamukhi | Singers : Bhupen Hazarika and Lata Mangeshkar | Lyricist : Bhupen Hazarika | (26/04/1992) | Album : Chayanika |
সৰাপাত
কুলধৰ ৰাভা (Kuldhar Rabha)
“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”
(Assamese Songs' Lyrics)
গীতৰ ফাঁকি : দুয়ো মুখামুখি
কণ্ঠশিল্পী : ড° ভূপেন হাজৰিকা আৰু লতা মঙ্গেস্কাৰ
গীতিকাৰ : ড° ভূপেন হাজৰিকা (২৬ এপ্রিল , ১৯৯২ চন, দেৰগাঁও)
এলবাম : চয়নিকা
“বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটিমান মৰমী মুহূৰ্ত্তক , প্রেমক পৱিত্র জ্যোতিপ্রপাতলৈ পৰিণত কৰে , বোধ হয় এনেকৈ ...”
(গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী ...
(দুয়ো) : দুয়ো মুখামুখি অতি সুখে সুখী
(গাভৰু) : বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(গাভৰু) : তুমি আহাঁ ওচৰলে’ আহাঁ
(গাভৰু) : তুমি আহাঁ ওচৰলে’ আহাঁ
মৰণ পিচলে’ ঠেলি
প্রকৃতি পুৰুষ একাকাৰ হৈ
প্রকৃতি পুৰুষ একাকাৰ হৈ
(দুয়ো) : আনা নতুনৰ বেলি
আমাক নেলাগে সংঘাত !
(গাভৰু) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(দুয়ো) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত !
বাহিৰ বিশ্ব নিমাত !
(ডেকা) : তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি...
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
(গাভৰু) : তুমি আহাঁ ওচৰলে আহাঁ..
(গাভৰু) : তুমি আহাঁ ওচৰলে আহাঁ
ভাঙি প্ৰাচীৰ বাধাৰ
কৰি মন্থন অমৃত সাগৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ
আমাক নেলাগে সংঘাত !
(দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত ৷
Www.sorapaat.blogspot.com
Sunday, October 14, 2018
দূৰে দূৰে কোনে || Dure dure kune ||
গীতৰ ফাঁকি: দূৰে দূৰে কোনে
কণ্ঠ: জগজীৎ সিং
কথা: তফজ্জুল আলি
দূৰে দূৰে কোনে...
[দূৰে দূৰে কোনে
মুৰুলী বাজালে (বজালে)
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে] x২
দূৰে দূৰে কোনে
[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] x২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] x২
দূৰে দূৰে কোনে...
[মায়াবী মুৰুলী বাজে
জীৱনৰে তালে তালে] x২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে...
দূৰে দূৰে কোনে
মুৰুলী বাজালে (বজালে)
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে
দূৰে দূৰে কোনে
দিয়া ঘূৰাই দিয়া || Diya ghuyai diya | জুবিন গাৰ্গ Zubeen garg |
দিয়া ঘূৰাই দিয়া (Diya Ghurai Diya)
Singer: জুবিন গাৰ্গ (Zubeen Garg)
Album: শিশু
Music: জুবিন গাৰ্গ
দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি ভৰা চোতাল
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন
আনা ঘূৰাই আনা
ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন
ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুঁহিপাত
পঢ়ালা পঢ়ি আছোঁ
শিকালা শিকি আছোঁ
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনেও নাচায়
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun
That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun
Singer: জুবিন গাৰ্গ (Zubeen Garg)
Album: শিশু
Music: জুবিন গাৰ্গ
দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি ভৰা চোতাল
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন
আনা ঘূৰাই আনা
ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন
ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুঁহিপাত
পঢ়ালা পঢ়ি আছোঁ
শিকালা শিকি আছোঁ
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনেও নাচায়
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun
That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun
Friday, October 12, 2018
দিয়া মোক দিয়া | Diya Muk Diya | Movie : Dinabandhu | Singers : Zubeen Garg, Anindita Paul |
গীতৰ ফাঁকি : দিয়া মোক দিয়া
বোলছবি : দীনবন্ধু
কণ্ঠশিল্পী : জুবিন গাৰ্গ, অনিন্দিতা পাল
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:) আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।
(অ:): মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(জু:) মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।
(জু:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(অ:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(জু:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি...
(অ:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:) আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...॥
Www.sorapaat.blogspot.com
বোলছবি : দীনবন্ধু
কণ্ঠশিল্পী : জুবিন গাৰ্গ, অনিন্দিতা পাল
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:) আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।
(অ:): মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(জু:) মেঘৰ বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।
(জু:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(অ:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(জু:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি...
(অ:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:) আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...॥
Www.sorapaat.blogspot.com
Subscribe to:
Posts (Atom)