সৰাপাত
(http://sorapaat.blogspot.com)
অসমীয়া গীতৰ কথা
Assamese Song Lyrics
গীতৰ ফাঁকি : অয় অয় আকাশ শুব
কথাছবি : প্রতিধ্বনি (১৯৬৪ চন)
কণ্ঠশিল্পী : সুমন কল্যানপুৰ
সুৰকাৰ : ভূপেন হাজৰিকা
গীতিকাৰ : ভূপেন হাজৰিকা
অ’ অ’ অ’...
হুম...হুম.... হুম....
অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ’ব
দিগন্ততে হা-হাকাৰ হ’ব
সময় যেন স্তব্ধ হয় (হয়)
ভীত হয় (হয়)
চকুলো শিল হ’ব !
অয় অয় সময় শুব ৷
পাপ যদি বেয়া,
কামনা কিয় দিলে ?
(দিলে দিলে ?)
মোহ যদি বেয়া ,
সুৰ কিয় দিলে
(দিলে দিলে ?)
ভাঙন যদি বেয়া,
বিৰহ কিয় দিলে (দিলে ?)
তাৰ সমিধান কোনে দিব
(কোনে দিব ?)
অয় অয় সময় শুব ৷
সাঁথৰভৰা নিশা মোৰ সোণ শুব !
[কথা : বৈধ কি, অবৈধ কি ?]
বৈধ কি ? অবৈধ কি ??
প্রশ্ন হ’ব ...!
দিগন্ততে হাহাকাৰ হ’ব ৷
দিগন্ততে হা-হাকাৰ হ’ব ৷৷
http://sorapaat.blogspot.com
(http://sorapaat.blogspot.com)
অসমীয়া গীতৰ কথা
Assamese Song Lyrics
গীতৰ ফাঁকি : অয় অয় আকাশ শুব
কথাছবি : প্রতিধ্বনি (১৯৬৪ চন)
কণ্ঠশিল্পী : সুমন কল্যানপুৰ
সুৰকাৰ : ভূপেন হাজৰিকা
গীতিকাৰ : ভূপেন হাজৰিকা
অ’ অ’ অ’...
হুম...হুম.... হুম....
অয় অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ’ব
দিগন্ততে হা-হাকাৰ হ’ব
সময় যেন স্তব্ধ হয় (হয়)
ভীত হয় (হয়)
চকুলো শিল হ’ব !
অয় অয় সময় শুব ৷
পাপ যদি বেয়া,
কামনা কিয় দিলে ?
(দিলে দিলে ?)
মোহ যদি বেয়া ,
সুৰ কিয় দিলে
(দিলে দিলে ?)
ভাঙন যদি বেয়া,
বিৰহ কিয় দিলে (দিলে ?)
তাৰ সমিধান কোনে দিব
(কোনে দিব ?)
অয় অয় সময় শুব ৷
সাঁথৰভৰা নিশা মোৰ সোণ শুব !
[কথা : বৈধ কি, অবৈধ কি ?]
বৈধ কি ? অবৈধ কি ??
প্রশ্ন হ’ব ...!
দিগন্ততে হাহাকাৰ হ’ব ৷
দিগন্ততে হা-হাকাৰ হ’ব ৷৷
http://sorapaat.blogspot.com