সৰাপাত
(http://sorapaat.blogspot.com)
“জনপ্ৰিয় অসমীয়া গীতসমূহ”
অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)
গীতৰ ফাঁকিঃ গুৱাহাটীৰ কোনোবা এটি
কণ্ঠঃ ড° ভূপেন হাজৰিকা
কথাঃ ড° ভূপেন হাজৰিকা
সুৰঃ ড° ভূপেন হাজৰিকা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
মোক আঁকোৱালি চাৱনি মিলাই
কৈছিলা মধু আবেগেৰে
কৈছিলা মধু আবেগেৰে
তোমাৰ প্ৰাণৰ পাপৰি ঢালি
সজাবা শৰ্য্যা দুয়োৰে
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
লুইত বাগৰি বাগৰি গ'ল
লুইত বাগৰি বাগৰি গ'ল
ভৰলুমুখত গধূলি হ’ল
ভৰলুমুখত গধূলি হ’ল
অস্তাচলৰ দিগন্তত
প্ৰতিশ্ৰুতিও বিলীন হ'ল
আজি মনত পৰেনে...
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...৷
http://sorapaat.blogspot.com
(http://sorapaat.blogspot.com)
“জনপ্ৰিয় অসমীয়া গীতসমূহ”
অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)
গীতৰ ফাঁকিঃ গুৱাহাটীৰ কোনোবা এটি
কণ্ঠঃ ড° ভূপেন হাজৰিকা
কথাঃ ড° ভূপেন হাজৰিকা
সুৰঃ ড° ভূপেন হাজৰিকা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
মোক আঁকোৱালি চাৱনি মিলাই
কৈছিলা মধু আবেগেৰে
কৈছিলা মধু আবেগেৰে
তোমাৰ প্ৰাণৰ পাপৰি ঢালি
সজাবা শৰ্য্যা দুয়োৰে
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
লুইত বাগৰি বাগৰি গ'ল
লুইত বাগৰি বাগৰি গ'ল
ভৰলুমুখত গধূলি হ’ল
ভৰলুমুখত গধূলি হ’ল
অস্তাচলৰ দিগন্তত
প্ৰতিশ্ৰুতিও বিলীন হ'ল
আজি মনত পৰেনে...
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...
শুনাইছিলা গণেশ গগৈৰ
শুনাইছিলা গণেশ গগৈৰ
প্ৰেমৰ কবিতা
আজি মনত পৰেনে...?
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা
গুৱাহাটীৰ কোনোবা এটি
মিঠা গধূলিৰ কথা...৷
http://sorapaat.blogspot.com