গীতৰ ফাঁকিঃ সঁচাকে কোৱা কথাটি কোৱা
কণ্ঠশিল্পীঃ জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰ
সংগীত পৰিচালকঃ জয়ন্ত হাজৰিকা
বোলছবিঃ ধৰ্মকাই
(নাৰী) :
সঁচাকে কোৱা কথাটি কোৱা
ভাল জানো মোক পোৱা
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
মোৰ চকুলৈ চোৱা
(নাৰী) :
মোলৈ বাৰু তোমাৰ কিমান
মৰম আছে কোৱা?
(পুৰুষ) :
(এ)নকওঁ নকওঁ ওঁহু নকওঁ
নিজক সুধি চোৱা