সৰাপাত
কুলধৰ ৰাভা (Kuldhar Rabha)
“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”
(Assamese Songs' Lyrics)
দীপেন বৰুৱা (Dipen Barua) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক
সৰাপাত
(
http://sorapaat.blogspot.com)
“জনপ্ৰিয় অসমীয়া গীতসমূহ”
অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)
গীতৰ ফাঁকি : পাৰ হৈ গ’ল ধুমুহা এজাক
এলবাম : অসমীয়া আধুনিক গীত
কণ্ঠ : দীপেন বৰুৱা
কথা : কেশৱ মহন্ত
সংগীত : ৰমেন বৰুৱা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ..
পোহৰ কাঢ়িব খোজা
গ’ল ভাঙি থৈ মোৰ পঁজা,
পাৰ হৈ গ’ল
ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
অচিনাকি তুমি তেনেই নতুন
তোমাৰ কোমল মাত
চকুত তোমাৰ হাঁহিৰ নাচোন
আলফুলীয়া হাত...
তুমি আহি দেখোঁ
ক’লা হাঁহি হাঁহি...
আকৌ
এবাৰ সাজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা...
হয়তো তুমিয়েই মোৰ সাধনাৰ
প্রথম হেঙুলী পুৱা ...
হয়তোবা তুমি তুমিয়েই মোৰ
সূর্য হেৰাই যোৱা
তোমাৰ বলেৰে
হ’বওতো পাৰে...
এইবাৰ ঘৰ সজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
যেন উৰি গ’ল
এৰাতি আন্ধাৰ...
পোহৰ কাঢ়িব খোজা...
গ’ল ভাঙি থৈ মোৰ পঁজা
পাৰ হৈ গ’ল ধুমুহা এজাক
ভাঙি থৈ মোৰ পঁজা
অ’... অ’...অ’...
অ’... অ’.. অ’...
অ’... অ’.. অ’...
http://sorapaat.blogspot.com