Showing posts with label Anima Choudhury. Show all posts
Showing posts with label Anima Choudhury. Show all posts
Thursday, February 14, 2019
Tuesday, February 12, 2019
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি || Anubhob mur pritir smriti || Singer : Anima Choudhury ||
গীতৰ ফাঁকিঃ অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী
গীতিকাৰঃ হেমেন হাজৰিকা (?)
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
চকুতে চকুলো সামৰি হ’লোঁ
বৰ্ষা শ্ৰাৱণ ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ
সহানুভূতিৰে গোৱা গীতবোৰ
হওক চিৰস্মৰণীয়া,
যুগমীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
জীৱন নামৰ তৰীখনি মোৰ
উটি ভাহি যাওক যায় যদি
ক্ষতি নাই নাই উভটি নাচাওঁ
ক্ষতি নাই নাই উভটি নাচাওঁ
গীত মোৰ লগৰীয়া
আৰু ছাঁ মোৰ লগৰীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি ।
http://sorapaat.blogspot.com
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী
গীতিকাৰঃ হেমেন হাজৰিকা (?)
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
চকুতে চকুলো সামৰি হ’লোঁ
বৰ্ষা শ্ৰাৱণ ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ
সহানুভূতিৰে গোৱা গীতবোৰ
হওক চিৰস্মৰণীয়া,
যুগমীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
সময় সূঁতিৰ দুকুল বাগৰি
হ’লোঁ যে বোৱতী মহানদী
জীৱন নামৰ তৰীখনি মোৰ
উটি ভাহি যাওক যায় যদি
ক্ষতি নাই নাই উভটি নাচাওঁ
ক্ষতি নাই নাই উভটি নাচাওঁ
গীত মোৰ লগৰীয়া
আৰু ছাঁ মোৰ লগৰীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি ।
http://sorapaat.blogspot.com
Saturday, January 19, 2019
Thursday, January 17, 2019
Sunday, January 13, 2019
দিখৌ নৈৰ পাৰৰে || Dikhou noir parore || Singer : Anima Choudhury || Lyricist : Mrinal Kr. Choudhury ||
গীতৰ ফাঁকিঃ দিখৌ নৈৰ পাৰৰে
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী
গীতিকাৰঃ মৃণাল কুমাৰ চৌধুৰী
সুৰকাৰঃ মৃণাল কুমাৰ চৌধুৰী
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে...
কাৰেং ঘৰ আছে নিঃপালি দি শুই
ৰংঘৰ কেঁহেৰাজ বটা
জেৰেঙা পথাৰত জয়াৰে উচুপনি
গোদাপানিৰ দল ক’তা
শৰাইঘাটতে মোমায়ে টোপনিয়াই
লাচিতৰ উমঘাম নাই
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে...
শিৱৰে দ’লৰে বৰখুটা লৰিছে
বৰদোৱাত নাম ভটিমা নাই
অ’ চাটিছে ৰঘূমলা
গড়গঞা কটাৰীৰ দাবেও কাটিছিলে
শান আজি মামৰেহে খায়
পিঠি পুৰিলেও উভতি শুব জানি
বদনে ৰণশিঙা বায়
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পাই
দিখৌ নৈৰ পাৰৰে... ।
Tuesday, October 16, 2018
অনিমা চৌধুৰী Anima Choudhury
কুলধৰ ৰাভা (Kuldhar Rabha)
“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”
- অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
- আগলি কলাপাত লৰে কি চৰে
- আপোন তুমি হ’বানে ♪
- দিখৌ নৈৰ পাৰৰে কঁহুৱাই বিনায়
- দুচকুত কাজল
- বৰষাই বাৰু
- ব’হাগৰ বৰষুণ
- ভাৱিছিলোঁ লিখোঁ বুলি চিঠি তোমালৈ
গীতিকাৰ/কণ্ঠশিল্পী:
- অৰ্চনা মহন্ত Archana Mahanta
- অনিমা বৰঠাকুৰ Anima Borthakur
- অনিমা চক্ৰৱৰ্তী Anima Chakraborty
- অনিন্দিতা পাল Anindita Paul
- অনুপম শইকীয়া Anupam Saikia
- অনুৰাধা দাস Anuradha Das
- অপূৰ্ব বেজবৰুৱা Apurba Bejbaruah
- অমৰজ্যোতি চৌধুৰী Amarjyoti Choudhury
- অমিত সৰকাৰ Amit Sarkar
Subscribe to:
Posts (Atom)