গীতৰ ফাঁকিঃ এতিয়া জোনাকে
এলবামঃ শব্দ
কণ্ঠঃ জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ
সুৰঃ জুবিন গাৰ্গ
সুৰঃ জুবিন গাৰ্গ
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই