১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
বৰ্ষ |
ছবি |
পৰিচালক |
প্ৰযোজক |
মুক্তিৰ তাৰিখ |
১৯৩৫ |
জয়মতী |
জ্যোতিপ্ৰসাদ আগৰৱালা |
জ্যোতিপ্ৰসাদ আগৰৱালা |
১০ মাৰ্চ |
১৯৩৯ |
ইন্দ্ৰমালতী |
জ্যোতিপ্ৰসাদ আগৰৱালা |
জ্যোতিপ্ৰসাদ আগৰৱালা |
|
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
বৰ্ষ |
ছবি |
পৰিচালক |
প্ৰযোজক |
মুক্তিৰ তাৰিখ |
১৯৪১ |
মনোমতী |
ৰোহিনী কুমাৰ বৰুৱা |
কমল নাৰায়ণ চৌধুৰী |
৩ এপ্ৰিল |
১৯৪১ |
ৰূপহী |
পাৰ্বতি প্ৰসাদ বৰুৱা |
পাৰ্বতি প্ৰসাদ বৰুৱা |
৬ চেপ্টেম্বৰ |
১৯৪৭ |
বদন বৰফুকন |
কমল নাৰায়ণ চৌধুৰী |
গৌৰ গোস্বামী |
১৫ এপ্ৰিল |
১৯৪৮ |
ছিৰাজ |
ফণী শৰ্মা |
চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড |
১৬ জানুৱাৰী |
১৯৪৯ |
পাৰঘাট |
প্ৰবীন ফুকন |
গন্ধৰ্ব |
৫ আগষ্ট |
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
বৰ্ষ |
ছবি |
পৰিচালক |
সংগীত পৰিচালক |
মুক্তিৰ তাৰিখ |
১৯৫০ |
বিপ্লৱী |
অসিত সেন |
শিৱ ভট্টাচাৰ্য |
১৬ জানুৱাৰী |
১৯৫২ |
ৰুণুমী |
সুৰেশ চন্দ্ৰ গোস্বামী |
দৰ্প নাথ শৰ্মা |
|
১৯৫৪ |
সতী বেউলা |
সুনীল গাংগুলী |
ভূপেন হাজৰিকা |
৮ জানুৱাৰী |
১৯৫৫ |
নিমিলা অংক |
লক্ষ্যধৰ চৌধুৰী |
পুৰুষোত্তম দাস |
১৬ চেপ্টেম্বৰ |
পিয়লী ফুকন |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২ ডিচেম্বৰ |
১৯৫৬ |
সৰাপাত |
আনোৱাৰ হুছেইন |
মুকুল বৰুৱা |
৩০ মাৰ্চ |
স্মৃতিৰ পৰশ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
৬ এপ্ৰিল |
লখিমী |
ভবেন দাস |
ব্ৰজেন বৰুৱা |
২৮ চেপ্টেম্বৰ |
এৰা বাটৰ সুৰ |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা |
৩০ নবেম্বৰ |
১৯৫৭ |
মাক আৰু মৰম |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
১০ মে |
|
ধুমুহা |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২৭ চেপ্টেম্বৰ |
১৯৫৮ |
ৰঙা পুলিচ |
নিপ বৰুৱা |
নিজাম |
৪ এপ্ৰিল |
নতুন পৃথিৱী |
আনোৱাৰ হুছেইন |
মুকুল বৰুৱা |
৪ জুলাই |
ৰাজেশ্বৰ বৰদলৈ |
ভক্ত প্ৰহ্লাদ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
১৪ নবেম্বৰ |
১৯৫৯ |
কেঁচা সোণ |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২৯ মাৰ্চ |
চাকনৈয়া |
শৈল বৰুৱা |
মুকুল বৰুৱা |
৪ চেপ্টেম্বৰ |
পূবেৰুণ |
প্ৰভাত মুখাৰ্জী |
তাৰিকুদ্দিন আহমেদ |
১৮ চেপ্টেম্বৰ |
পুৱতি নিশাৰ সপোন |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২ অক্টোবৰ |
আমাৰ ঘৰ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
৪ ডিচেম্বৰ |
No comments:
Post a Comment