১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
| বৰ্ষ |
ছবি |
পৰিচালক |
প্ৰযোজক |
মুক্তিৰ তাৰিখ |
| ১৯৩৫ |
জয়মতী |
জ্যোতিপ্ৰসাদ আগৰৱালা |
জ্যোতিপ্ৰসাদ আগৰৱালা |
১০ মাৰ্চ |
| ১৯৩৯ |
ইন্দ্ৰমালতী |
জ্যোতিপ্ৰসাদ আগৰৱালা |
জ্যোতিপ্ৰসাদ আগৰৱালা |
|
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :
| বৰ্ষ |
ছবি |
পৰিচালক |
প্ৰযোজক |
মুক্তিৰ তাৰিখ |
| ১৯৪১ |
মনোমতী |
ৰোহিনী কুমাৰ বৰুৱা |
কমল নাৰায়ণ চৌধুৰী |
৩ এপ্ৰিল |
| ১৯৪১ |
ৰূপহী |
পাৰ্বতি প্ৰসাদ বৰুৱা |
পাৰ্বতি প্ৰসাদ বৰুৱা |
৬ চেপ্টেম্বৰ |
| ১৯৪৭ |
বদন বৰফুকন |
কমল নাৰায়ণ চৌধুৰী |
গৌৰ গোস্বামী |
১৫ এপ্ৰিল |
| ১৯৪৮ |
ছিৰাজ |
ফণী শৰ্মা |
চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড |
১৬ জানুৱাৰী |
| ১৯৪৯ |
পাৰঘাট |
প্ৰবীন ফুকন |
গন্ধৰ্ব |
৫ আগষ্ট |
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
| বৰ্ষ |
ছবি |
পৰিচালক |
সংগীত পৰিচালক |
মুক্তিৰ তাৰিখ |
| ১৯৫০ |
বিপ্লৱী |
অসিত সেন |
শিৱ ভট্টাচাৰ্য |
১৬ জানুৱাৰী |
| ১৯৫২ |
ৰুণুমী |
সুৰেশ চন্দ্ৰ গোস্বামী |
দৰ্প নাথ শৰ্মা |
|
| ১৯৫৪ |
সতী বেউলা |
সুনীল গাংগুলী |
ভূপেন হাজৰিকা |
৮ জানুৱাৰী |
| ১৯৫৫ |
নিমিলা অংক |
লক্ষ্যধৰ চৌধুৰী |
পুৰুষোত্তম দাস |
১৬ চেপ্টেম্বৰ |
| পিয়লী ফুকন |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২ ডিচেম্বৰ |
| ১৯৫৬ |
সৰাপাত |
আনোৱাৰ হুছেইন |
মুকুল বৰুৱা |
৩০ মাৰ্চ |
| স্মৃতিৰ পৰশ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
৬ এপ্ৰিল |
| লখিমী |
ভবেন দাস |
ব্ৰজেন বৰুৱা |
২৮ চেপ্টেম্বৰ |
| এৰা বাটৰ সুৰ |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা |
৩০ নবেম্বৰ |
| ১৯৫৭ |
মাক আৰু মৰম |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
১০ মে |
|
ধুমুহা |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২৭ চেপ্টেম্বৰ |
| ১৯৫৮ |
ৰঙা পুলিচ |
নিপ বৰুৱা |
নিজাম |
৪ এপ্ৰিল |
| নতুন পৃথিৱী |
আনোৱাৰ হুছেইন |
মুকুল বৰুৱা |
৪ জুলাই |
| ৰাজেশ্বৰ বৰদলৈ |
| ভক্ত প্ৰহ্লাদ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
১৪ নবেম্বৰ |
| ১৯৫৯ |
কেঁচা সোণ |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২৯ মাৰ্চ |
| চাকনৈয়া |
শৈল বৰুৱা |
মুকুল বৰুৱা |
৪ চেপ্টেম্বৰ |
| পূবেৰুণ |
প্ৰভাত মুখাৰ্জী |
তাৰিকুদ্দিন আহমেদ |
১৮ চেপ্টেম্বৰ |
| পুৱতি নিশাৰ সপোন |
ফণী শৰ্মা |
ভূপেন হাজৰিকা |
২ অক্টোবৰ |
| আমাৰ ঘৰ |
নিপ বৰুৱা |
ব্ৰজেন বৰুৱা |
৪ ডিচেম্বৰ |
0 Comments