Song: Tumi Aru Moi
Movie : Sri Raghupati
Singer: Zubeen Garg and Deeplina Deka
Lyrics: Diganta Bharati
Music: Pranoy Dutta
Music Label: Rootstock Entertainments
Tumi Aru Moi Lyrics:
- Tumi aru moiZubeen Garg, Deeplina Deka
সুধিব পাৰা এহেজাৰ নিশা
কাৰেনো সপোন দেখোঁ?
জুখিব পাৰা বুকুৰে হেঁপাহ
কাৰেনো হিয়ালে’ সাঁচোঁ?
বিচাৰিছোঁ কোৱা সোণ
ৰ’বানে হৈ মোৰে আপোন
আছিলোঁ আছোঁ কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
আছিলোঁ আছোঁ কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে
থাকিম তুমি আৰু মই
মৰম মৰম তোমাৰ দুবাহুৰে মাজতে
জ্বলাম-জ্বলাম লাগে দেখোঁ আজি নিজকে
সপোন সপোন মিঠা সপোনৰে ভাঁজতে
গলি গলি মিলি যাবি যেন তোমাতে
সুখে-দুখে হোৱাহি মোৰ
জীৱনৰ লগৰী জনমলৈ
বিচাৰিছোঁ কোৱা সোণ
ৰ’বানে হৈ মোৰে আপোন
আছিলোঁ আছোঁ কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
আছিলোঁ আছোঁ কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
সাতো জনমৰ বান্ধোনেৰে
থাকিম তুমি আৰু মই
আছিলোঁ আছোঁ কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
আছিলোঁ আছোঁ কাষত কাষত সদায় থাকিম
মৰনে মাতিলেও কথা ৰাখিম
No comments:
Post a Comment