উমলি থাকোঁতে কলিজা হেৰালে

কোনোবা আছানে বিচাৰি দিবলে

মায়াৱী খোজেৰে

গোপনে আহি মোক কোনে

কাঢ়ি নিলে মনে মনে

উমলি থাকোঁতে কলিজা হেৰালে

কোনোবা আছানে বিচাৰি দিবলে

মায়াৱী খোজেৰে

গোপনে আহি মোক কোনে

কাঢ়ি নিলে মনে মনে


নাজানো কিয় বাৰু

মোৰে গাভৰু দেহ-মন

তোমাৰে আলিঙ্গনৰ কামনাতে মগন

নিশা সপোনতে তুমি আহা সদায়

আঁকি চুমা ওঁঠৰ দিয়া মোকে জগাই

শেতেলিতে খেলো নিতে

উমলি থাকোঁতে কলিজা হেৰালে

কোনোবা আছানে বিচাৰি দিবলে

মায়াৱী খোজেৰে

গোপনে আহি মোক কোনে

কাঢ়ি নিলে মনে মনে


লগৰী অবিহনে

উকা লাগে যেন দিন ক্ষণ

তোমাৰে আগমনৰ প্ৰতিক্ষাতে মগন

দেহা ৰমে-ৰমাই কিনো কৰোঁ উপায়

মিলনৰে প্ৰহৰ আহক এতিয়া

নহ’লে যে ৰিঙা লাগে

উমলি থাকোঁতে কলিজা হেৰালে

কোনোবা আছানে বিচাৰি দিবলে

মায়াৱী খোজেৰে

গোপনে আহি মোক কোনে

কাঢ়ি নিলে মনে মনে