Gayatri Hazarika
গায়ত্ৰী হাজৰিকা (Gayatri Hazarika) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক


  1. আবেলিৰ হেঙুলী আকাশে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কল্পনা বৰুৱা, সুৰঃ জে.পি. দাস)
  2. ইমান সেমেকা (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  3. জোনাক নাছিল বনত (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ হিৰেণ ভট্টাচাৰ্য, সুৰঃ জয় প্ৰকাশ মেধি)
  4. তুমি অহাৰ বাতৰি পালে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কেশৱ দত্ত, সুৰঃ মনজ বৰুৱা)
  5. তোমালৈ মোৰ মৰম (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
  6. মন মোৰ উৰি ফুৰে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  7. মাথোঁ এজাক বৰষুণ (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
  8. যেতিয়া জোনাক নামিছিল (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ অৰূপ বৰঠাকুৰ, সুৰঃ মনজ্যোৎস্না মহন্ত)
  9. সৰা পাতে পাতে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
  10. সোণৱালী সপোন (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ বীণা কাকতি, সুৰঃ জিৰিমি কাকতি)