Song : Ki Naam Di Maatim 
Movie : Dr Bezbaruah 2 
Singer(s) : Zubeen Garg, Bhaswati Bharati 
Musician(s) : Diganta Bharti 
Lyricist : Diganta Bharti 

Ki Naam Di Maatim Lyrics 
তেজ বগুৱা সপোন তুমি lyrics



তেজ বগুৱা সপোন তুমি
কি নাম দিম
জেদ কৰোৱা দাপোণ তুমি
কি নাম দিম

নদী মই লহৰে সাগৰ বিচাৰে
ময়ো তোমাতে মিলিম
তোমাতে মিলিম

কি নাম দি মাতিম
মাতিম তোমাক


এটি প্ৰভাত তোমাৰ হাঁহিত
হেঁপাহৰ বিলখনি
জিলমিল জিলমিল
এটি ৰাতি তোমাৰ চুলিত
এন্ধাৰৰ ধেমালি
খিল-খিল খিল-খিল

এটি প্ৰভাত তোমাৰ হাঁহিত
হেঁপাহৰ বিলখনি
জিলমিল জিলমিল
এটি ৰাতি তোমাৰ চুলিত
এন্ধাৰৰ ধেমালি
খিল-খিল খিল-খিল

সাঁথৰৰ কথাৰে পকাবলে এৰা
চিধা কথাহে বুজিম
বুজালে বুজিম

কি নাম দি মাতিম
মাতিম তোমাক
তেজ বগুৱা সপোন তুমি
কি নাম দিম
জেদ কৰোৱা দাপোণ তুমি
কি নাম দিম


ঐনিতমে জুৰাই বুকু
কোন কোন কানতে
গুণ গুণ গুণাওঁ
কিনো যাদুৰে দুচকু
বাসনাৰ একুৰা জুই জ্বলাওঁ

ঐনিতমে জুৰাই বুকু
কোন কোন কানতে
গুণ গুণ গুণাওঁ
কিনো যাদুৰে দুচকু
বাসনাৰ একুৰা জুই জ্বলাওঁ

লাজে লাজে লাজে অনুমতি দিয়া
গৈয়ে কাষতে বহিম
কাষতে বহিম

কি নাম দি মাতিম
হুম-হুম-হুম…