Enekoiye Bhagene Xopun | এনেকৈয়ে ভাগেনে সপোন | সপোন | মনজোস্না মহন্ত

গীতৰ ফাঁকি : এনেকৈয়ে ভাগেনে সপোন
কথাছবি : সপোন (১৯৯৭)
কণ্ঠ : মনজোৎস্না মহন্ত
সংগীত : জয়ন্ত পাঠক
কথা : কেশৱ মহন্ত

এনেকৈয়ে ভাগেনে সপোন lyrics
Enekoiye Bhagene Xopun Lyrics

এনেকৈয়ে ভাগেনে সপোন
এনেকৈয়ে চিগে নে বান্ধোন
কোনে ক’ব মোক আজি
গোপনে কাষলে আহি
কোনে ক’ব বাৰু
কোন মোৰ আপোন?
এনেকৈয়ে ভাগে নে সপোন
এনেকৈয়ে চিগে নে বান্ধোন
কোনে ক’ব মোক আজি
গোপনে কাষলে আহি
কোনে ক’ব বাৰু
কোন মোৰ আপোন
এনেকৈয়ে ভাগেনে সপোন....

মিছাকৈয়ে সজায়েই
কামনাৰে সোণ পতা ঘৰ
মিছা এই মিছা এই
ই যে দুদিনীয়া বালি ঘৰ
মিছাকৈয়ে সজায়েই
কামনাৰে সোণ পতা ঘৰ
মিছা এই মিছা এই
ই যে দুদিনীয়া বালি ঘৰ
এনেকৈয়ে ভাগে নে সপোন
এনেকৈয়ে চিগে নে বান্ধোন
কোনে ক’ব মোক আজি
গোপনে কাষলে আহি
কোনে ক’ব বাৰু
কোন মোৰ আপোন
এনেকৈয়ে ভাগেনে সপোন....

বুকুৰ মৰমে গঢ়া
জীৱনৰ যত অভিলাষ
আজিচোন সকলো
মোৰ বাবে হ’ল কিয় পৰিহাৰ
বুকুৰ মৰমে গঢ়া
জীৱনৰ যত অভিলাষ
আজিচোন সকলো
মোৰ বাবে হ’ল কিয় পৰিহাৰ
এনেকৈয়ে ভাগেনে সপোন
এনেকৈয়ে চিগে নে বান্ধোন
কোনে ক’ব মোক আজি
গোপনে কাষলে আহি
কোনে ক’ব বাৰু
কোন মোৰ আপোন?
এনেকৈয়ে ভাগে নে সপোন
এনেকৈয়ে চিগে নে বান্ধোন
কোনে ক’ব মোক আজি
গোপনে কাষলে আহি
কোনে ক’ব বাৰু
কোন মোৰ আপোন?
এনেকৈয়ে ভাগেনে সপোন

Post a Comment

0 Comments

Total Pageviews

Search This Blog