১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :

 
বৰ্ষ ছবি পৰিচালক প্ৰযোজক মুক্তিৰ তাৰিখ
১৯৩৫ জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা ১০ মাৰ্চ
১৯৩৯ ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা

১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা :

বৰ্ষ ছবি পৰিচালক প্ৰযোজক মুক্তিৰ তাৰিখ
১৯৪১ মনোমতী ৰোহিনী কুমাৰ বৰুৱা কমল নাৰায়ণ চৌধুৰী ৩ এপ্ৰিল
১৯৪১ ৰূপহী পাৰ্বতি প্ৰসাদ বৰুৱা পাৰ্বতি প্ৰসাদ বৰুৱা ৬ চেপ্টেম্বৰ
১৯৪৭ বদন বৰফুকন কমল নাৰায়ণ চৌধুৰী গৌৰ গোস্বামী ১৫ এপ্ৰিল
১৯৪৮ ছিৰাজ ফণী শৰ্মা চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড ১৬ জানুৱাৰী
১৯৪৯ পাৰঘাট প্ৰবীন ফুকন গন্ধৰ্ব ৫ আগষ্ট
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
বৰ্ষ ছবি পৰিচালক সংগীত পৰিচালক মুক্তিৰ তাৰিখ
১৯৫০ বিপ্লৱী অসিত সেন শিৱ ভট্টাচাৰ্য ১৬ জানুৱাৰী
১৯৫২ ৰুণুমী সুৰেশ চন্দ্ৰ গোস্বামী দৰ্প নাথ শৰ্মা
১৯৫৪ সতী বেউলা সুনীল গাংগুলী ভূপেন হাজৰিকা ৮ জানুৱাৰী
১৯৫৫ নিমিলা অংক লক্ষ্যধৰ চৌধুৰী পুৰুষোত্তম দাস ১৬ চেপ্টেম্বৰ
পিয়লী ফুকন ফণী শৰ্মা ভূপেন হাজৰিকা ২ ডিচেম্বৰ
১৯৫৬ সৰাপাত আনোৱাৰ হুছেইন মুকুল বৰুৱা ৩০ মাৰ্চ
স্মৃতিৰ পৰশ নিপ বৰুৱা ব্ৰজেন বৰুৱা ৬ এপ্ৰিল
লখিমী ভবেন দাস ব্ৰজেন বৰুৱা ২৮ চেপ্টেম্বৰ
এৰা বাটৰ সুৰ ভূপেন হাজৰিকা ভূপেন হাজৰিকা ৩০ নবেম্বৰ
১৯৫৭ মাক আৰু মৰম নিপ বৰুৱা ব্ৰজেন বৰুৱা ১০ মে
ধুমুহা ফণী শৰ্মা ভূপেন হাজৰিকা ২৭ চেপ্টেম্বৰ
১৯৫৮ ৰঙা পুলিচ নিপ বৰুৱা নিজাম ৪ এপ্ৰিল
নতুন পৃথিৱী আনোৱাৰ হুছেইন মুকুল বৰুৱা ৪ জুলাই
ৰাজেশ্বৰ বৰদলৈ
ভক্ত প্ৰহ্লাদ নিপ বৰুৱা ব্ৰজেন বৰুৱা ১৪ নবেম্বৰ
১৯৫৯ কেঁচা সোণ ফণী শৰ্মা ভূপেন হাজৰিকা ২৯ মাৰ্চ
চাকনৈয়া শৈল বৰুৱা মুকুল বৰুৱা ৪ চেপ্টেম্বৰ
পূবেৰুণ প্ৰভাত মুখাৰ্জী তাৰিকুদ্দিন আহমেদ ১৮ চেপ্টেম্বৰ
পুৱতি নিশাৰ সপোন ফণী শৰ্মা ভূপেন হাজৰিকা ২ অক্টোবৰ
আমাৰ ঘৰ নিপ বৰুৱা ব্ৰজেন বৰুৱা ৪ ডিচেম্বৰ