Assamese Song Lyrics
অসমীয়া গীতৰ কথা
গীতৰ ফাঁকি : মোৰ মনে কি বিচাৰে
কণ্ঠশিল্পী : মিতালী চৌধুৰী
এলবাম : মিতালীৰ সোণমণি
গীতিকাৰ :
সুৰকাৰ :
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি...
এই ধৰা মোহনীয়া
কত ৰমণীয়া ছবি
তথাপিও নহয় শেষ
আশাৰ কাৰেং সাজি
কিয় এনে হাহাকাৰ
কোনেনো ক’ব আজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি
হয়তো বিচাৰি পাম
সৰগৰে জেউতি
হয়তো আঁতৰি যাব
মনৰে ভ্ৰান্তি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি...
কিয় এনে হাহাকাৰ
কোনেনো ক'ব আজি
মোৰ মনে কি বিচাৰে
মইতো নেপাওঁ বুজি
কি বিচাৰে...
কি বিচাৰে... ।
Assamese Song Lyrics
অসমীয়া গীতৰ কথা
Song : Mur mone ki bisare
Singer : Mitali Choudhury
Album : Mitalir Sonmoni
Mur mone ki bisare
Moitu nepaw buji
Kio ene hahakar
Kunenu kobo aji
Kio ene hahakar
Kunenu kobo aji
Mur mone ki bisare
Moitu nepau buji...
Ei dhora muhoniya
Koto romoniya sobi
Tothapiu nohoy sekh
Akhar kareng saji
Kio ene hahakar
Kunenu kobo aji
Kio ene hahakar
Kunenu kobo aji
Mur mone ki bisare
Moitu nepaw buji
Hoytu bisari pam
Xorogore jeuti
Hoytu atori jabo
Monore bhranti
Hoytu bisari pam
Xorogore jeuti
Hoytu atori jabo
Monore bhranti
Kio ene hahakar
Kunenu kobo aji...
Kio ene hahakar
Kunenu kobo aji...
Mur mone ki bisare
Moitu nepaw buji
Kio ene hahakar
Kunenu kobo aji...
Kio ene hahakar
Kunenu kobo aji
Mur mone ki bisare
Moitu nepaw buji
Ki bisare...
Ki bisare...
No comments:
Post a Comment