Song : Bhalpuwa eti naam
Singer(s) : Simanta Shekhar, Deeplina Deka
Music/Composition : Palash Surya Gogoi
Lyrics: Palash Surya Gogoi
Bhalpuwa eti naam
Simanta Shekhar, Deeplina Deka
00:00 / 00:00
- Bhalpuwa eti naamSimanta Shekhar, Deeplina Deka
বুকুতে চপোৱা লিখি থোৱা কথা Lyrics
Bhalpuwa Eti Naam Lyrics
বুকুতে চপোৱা লিখি থোৱা কথা
ভালপোৱা এটি নাম
অভিমানে ধুৱা আৱেগেৰে ভৰা
মৰম তোমাক ক’ত পাম?
কাষৰতে মই আছোঁ বহি
আঁচলতে সোণ ধৰা তুমি
দুয়ো আমি মিলি যাম
অ’… অ’… অ’…
বুকুতে চপোৱা লিখি থোৱা কথা
ভালপোৱা এটি নাম
অভিমানে ধুৱা আৱেগেৰে ভৰা
মৰম তোমাক ক’ত পাম?
এলানি দুলানি তোমাৰে কথাতে জানা?
বুকুত কবিতাৰে ঢল
অ’ কিবা ক’ব খুজি
কিয়নো থমকি ৰোৱা?
উশাহ নিশাহবোৰ অচল
সপোন তুলিত তুমি তুমি
চহা মনৰ আশা জনী
অ’… অ’… অ’…
কাষৰতে মই আছোঁ বহি
আঁচলতে সোণ ধৰা তুমি
দুয়ো আমি মিলি যাম
অ’… অ’… অ’…
বুকুতে চপোৱা লিখি থোৱা কথা
ভালপোৱা এটি নাম
অভিমানে ধুৱা আৱেগেৰে ভৰা
মৰম তোমাক ক’ত পাম?